SVN Class 4 Ramayanar Sadhu | Chapter 29 | পিতা-পুত্ৰ মিলন | MCQs |

Chapter 29

পিতা-পুত্ৰ মিলন

১) আগৰ কালত ৰজাই সাম্ৰ্যাজৰ সংগঠনৰ কাৰণে কি যজ্ঞ কৰিছিল ?

(ক) শান্তি যজ্ঞ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) অশ্বমেধ যজ্ঞ

উত্তৰঃ (গ) অশ্বমেধ যজ্ঞ

২) কোনে ৰামক অশ্বমেধ যজ্ঞ আৰম্ভ ৰৰিছিল ?

(ক) বশিষ্ঠ ঋষিৰ

(খ) বাল্মীকি ঋষিৰ

(গ) বিশ্বামিত্ৰ ঋষিৰ

উত্তৰঃ (ক) বশিষ্ঠ ঋষিৰ

৩) যজ্ঞৰ কি কৰা হয় ?

(ক) ঘোঁৰা সজাই এৰি দিয়া হয়

(খ) গৰু সজাই এৰি দিয়া হয়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ঘোঁৰা সজাই এৰি দিয়া হয়

৪) কাৰ পিছে পিছে সেনাবাহিনী যাবলৈ ধৰিলে ?

(ক) গৰু পিছে পিছে সেনাবাহিনী আহিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ঘোঁৰা পিছে পিছে সেনাবাহিনী আহিল

উত্তৰঃ (গ) ঘোঁৰা পিছে পিছে সেনাবাহিনী আহিল

৫) ঘোঁৰা দৌৰি দৌৰি ক’ত কাষ পালেহি ?

(ক) মহৰ্ষি বিশ্বামিত্ৰ ঋষিৰ আশ্ৰমৰ কাষ পালে

(খ) মহৰ্ষি বাল্মীকি ঋষিৰ আশ্ৰমৰ কাষ পালে

(গ) মহৰ্ষি বশিষ্ঠ ঋষিৰ আশ্ৰমৰ কাষ পালে

উত্তৰঃ (খ) মহৰ্ষি বাল্মীকি ঋষিৰ আশ্ৰমৰ কাষ পালে

৬) কোনে ঘোঁৰাটোক ধৰিব পাৰিলে ?

(ক) নল-নীলে ধৰিলে

(খ) লৱ-কুশে ধৰিলে

(গ) ভৰত-লক্ষ্মণে

উত্তৰঃ (খ) লৱ-কুশে ধৰিলে

৭) লৱ-কুশে কাক কাক যুদ্ধত হৰুৱালে ?

(ক) ৰামৰ সেনাক

(খ) ভৰত, শত্ৰুঘ্ন, লক্ষ্মণক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ভৰত, শত্ৰুঘ্ন, লক্ষ্মণক

৮) হনুমানক কোনে বন্দী কৰিলে ?

(ক) ৰাৱণে

(খ) নল-নীলে

(গ) লৱ-কুশে

উত্তৰঃ (গ) লৱ-কুশে

৯) মহৰ্ষি বাল্মীকিয়ে লৱ-কুশক কি ক’লে ?

(ক) এজন তোমাৰ পিতৃ শ্ৰীৰামচন্দ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) এজন তোমাৰ শক্ৰ শ্ৰীৰামচন্দ

উত্তৰঃ (ক) এজন তোমাৰ পিতৃ শ্ৰীৰামচন্দ

১০) সীতা কাৰ আশ্ৰমত আছিল ?

(ক) বশিষ্ঠ ঋষিৰ

(খ) বাল্মীকি ঋষিৰ

(গ) বিশ্বামিত্ৰ ঋষিৰ

উত্তৰঃ (খ) বাল্মীকি ঋষিৰ

Type: Pompi Hazarika