SVN Class 4 Ramayanar Sadhu | Chapter 30 | স্বৰ্গাৰোহণ | MCQs |

Chapter 30

স্বৰ্গাৰোহণ

১) অশ্বমেধ যজ্ঞ উদ্দেশ্য সফল হ’ল নে নাই ?

(ক) সফল হ’ল

(খ) সফল নহ’ল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) সফল নহ’ল

২) ৰামে কাক মাতি পঠিয়ালে ?

(ক) মোহিনীক

(খ) মন্দোদৰীক

(গ) সীতাক

উত্তৰঃ (গ) সীতাক

৩) কোনে আহিব খোজা নাছিল ?

(ক) মন্দোদৰীয়ে

(খ) সীতায়ে

(গ) মোহিনীয়ে

উত্তৰঃ (খ) সীতায়ে

৪) প্ৰজায়ে ৰামক কি অনুৰোধ কৰিলে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) সীতা মাতৃ পৱিত্ৰ নহয়

(গ) সীতা মাতৃ পৰম পৱিত্ৰ হয়

উত্তৰঃ (গ) সীতা মাতৃ পৰম পৱিত্ৰ হয়

৫) সীতা ক’ত সোমাই গ’ল ?

(ক) সাগৰৰ ভিতৰত

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) বসুমতীৰ ভিতৰত

উত্তৰঃ (গ) বসুমতীৰ ভিতৰত

৬) প্ৰজাই কিয় কান্দিবলৈ ধৰিলে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) সীতা বসুমতীৰ ভিতৰত সোমাই যোৱা কাৰণে

(গ) সীতা সাগৰ ভিতৰত সোমাই যোৱাৰ কাৰণে

উত্তৰঃ (খ) সীতা বসুমতীৰ ভিতৰত সোমাই যোৱা কাৰণে

৭) চাৰিও ভ্ৰাতৃ কি নদীৰ পানী সোমাই গ’ল ?

(ক) গংগা নদীত

(খ) সৰযু নদীত

(গ) যমোনা নদীত

উত্তৰঃ (খ) সৰযু নদীত

৮) ৰামে কাৰ কথা অনুসৰি কাম কৰে ?

(ক) প্ৰজাৰ অনুসৰি

(খ) লক্ষ্মণক অনুসৰি

(গ) সীতা অনুসৰি

উত্তৰঃ (ক) প্ৰজাৰ অনুসৰি

৯) কোনে সীতাকলৈ আনিলে ?

(ক) বিশ্বামিত্ৰ ঋষিয়ে

(খ) বশিষ্ঠ ঋষিয়ে

(গ) বাল্মীকি ঋষিয়ে

উত্তৰঃ (গ) বাল্মীকি ঋষিয়ে

১০) কাৰ সাম্ৰাজ্য পৃথিৱীৰ বহু ঠাইলৈ বিয়পি পৰিল ?

(ক) ৰামৰ সাম্ৰাজ্য কথা

(খ) ৰাৱণৰ সাম্ৰাজ্য কথা

(গ) সুগ্ৰীৱ সাম্ৰাজ্য কথা

উত্তৰঃ (ক) ৰামৰ সাম্ৰাজ্য কথা

Type: Pompi Hazarika