AJB Class 3 Science | Chapter 11 | প্ৰাণী | MCQ Short Question Answer |

Chapter 11

প্ৰাণী

১) প্ৰাণী মানে কি ?

ক) গৰু ছাগলি আদি

খ) পখিলা চৰাই আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) গৰু ছাগলি আদি

২) মাানুহবোৰ এবিধ কি প্ৰাণী ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ

৩) আহাৰে কি দিয়ে ?

ক) শক্তি দিয়ে

খ) প্ৰাণ দিয়ে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শক্তি দিয়ে

৪) মাছৰ কাণত কি থাকে ?

ক) বিশ

খ) ফুল

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) ফুল

৫) মৌ মাখি, বৰল, পখিলা প্ৰধান আহাৰ কি ?

ক) ফুলৰ ৰেণু

খ) পানী,

গ) ইয়াীৰ ভিতৰত এটাও নহয়

Ans: ক) ফুলৰ ৰেণু

৬) মাংস খোৱা প্ৰাণীবোৰক কি বুলি কোৱা হয় ?  

ক) তৃৰ্ণ ভোজি

খ) মাংস ভোজি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) মাংস ভোজি

৭) চৰাই , বাদুলিৰ দৰে প্ৰাণীবোৰে কিহত বাহ সাজি লয় ?

ক) ঘৰত

খ) গছত

গ) পানীত

Ans: খ) গছত

৮) পখিলা ,জিঞা আদি কিহৰ সহায়ত উৰে ?

ক) ভৰিৰ

খ) পাখিৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) পাখিৰ

৯) কি প্ৰাণী বগাই বা চুচঁৰি চলা- ফুৰা কৰে ?

ক) পখিলা আৰু চৰাই

খ) পাখিৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: খ) পাখিৰ

১০) কিহৰ সহায়ত প্ৰাণীয়ে কাম কৰিব পাৰে ?

ক) অংগৰ

খ) শক্তি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) অংগৰ

Type – Boby Bora