পৰিমেয় সংখ্যা । Class 8 Mathematics Lesson 1.1 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে পৰিমেয় সংখ্য়া পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পৰিমেয় সংখ্যা

অনুশীলনী 1.1

1. তলত দিয়াবোৰ সত্য় নে অসত্য় বিচাৰ কৰা ঃ

(i) পৰিমেয় সংখ্য়াই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে ।

Solution: সত্য়

(ii) পৰিমেয় সংখ্য়াই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ।

Solution:অসত্য়

(iii) পৰিমেয় সংখ্য়া বিয়োগত আৱদ্ধ নহয় ।

Solution: অসত্য়

(iv) শৃন্য় প্ৰতিক্ৰম নাই ।

Solution: সত্য়

(v) 0 টো পৰিমেয় সংখ্য়া ।

Solution: সত্য়

(vi) 

Solution: সত্য়

(vii) 

Solution: অসত্য়

(viii) 

Solution: অসত্য়

(ix)

Solution: অসত্য়

(x)

Solution:সত্য়

2. যোগাত্মক বিপৰীত সংখ্য়াবোৰ লিখা ।

(i)

Solution: 

(ii)

Solution: -3

(iii)

Solution:

(iv)

Solution:

(v)

Solution: 

3.

আৰু       ৰ  যোগাত্মক বিপৰীত সংখ্য়া দুটা লিখা ।

Solution:আৰু 

4. গুণাত্মক বিপৰীত সংখ্য়াবোৰ লিখা 

(i)

Solution: 

(ii)

Solution:

(iii)

Solution: 

(iv)

Solution: -1

(v)

Solution: 

5.

ৰ  গুণাত্মক বিপৰীত হয়নে  ? যুক্তি দিয়া ।

Solution: নহয়

6.

ৰ  গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি ?

Solution: 1 ৰ গুণাত্মক বিপৰীত হ’ল 1 আৰু 1 ৰ যোগাত্মক বিপৰীত হ’ল -1

7.

আৰু ৰ গুণাত্মক বিপৰীত সংখ্য়া দুটা লিখা ।

Solution:ৰ গুণাত্মক বিপৰীত হ’ল 

                    ৰ গুণাত্মক বিপৰীত হ’ল   

  8. তলৰ সংখ্য়া দুটাৰ প্ৰতিক্ৰম লিখা ।                        (i)

Solution:ৰ প্ৰতিক্ৰম হ’ব 

(ii)

Solution:ৰ প্ৰতিক্ৰম হ’ব

9. প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্য়া কি কি ?

Solution: 1আৰু -1

10.

ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা ।

Solution: প্ৰতিক্ৰমেৰে পূৰণ কৰিলে পূৰণফল হ’ব 一

11. কি বিধি প্ৰয়োগ হৈছে লিখা ।

(i)

Solution: ক্ৰম বিনিময় বিধি

(ii)

Solution: যোগাত্মক অভেদ
(iii)

Solution:গুণাত্মক অভেদ

12. সংখ্য়াৰ বিধি ব্য়ৱহাৰ কৰি মান নিৰ্ণয় কৰা ।

(i)

Solution:

 ( ক্ৰম বিনিময় বিধি )


 

(ii)  

Solution:

(বিতৰণ বিধি)

(iii)

Solution:

(বিতৰণ বিধি)

(iv)

Solution:

(v)

 Solution:

(vi)

Solution:

(বিতৰণ বিধি)

(vii)

Solution:

13.  তলৰ সংখ্য়াকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি  চোৱা

আৰু   

Solution:,আৰু তিনিটা পৰিমেয় সংখ্য়া

L.H.S

                    R.H.S                            

∴ L.H.S = R.H.S

∴ সংখ্য়াকেইটা যোগৰ ক্ষেত্ৰত সহযোগ ৰ্ধম মানি চলে ।

,আৰুতিনিটা পৰিমেয় সংখ্য়া

L.H.S

R.H.S

    ∴ L.H.S = R.H.S

∴ সংখ্য়াকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ।

14. এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্য়া হৰণৰ ক্ষেত্ৰত আৱদ্ধ নহয় ।

Solution:

3/6÷1/2=3/6✖2/1=4/6 এটা পৰিমেয় সংখ্য়া।

(-6)÷(-2)=-3 এটা পৰিমেয় সংখ্য়া ।

0/2=0, এটা পৰিমেয় সংখ্য়া 

কিন্ত 6  ÷ 0 অৰ্থহীন

দেখা গ’ল দুটা পৰিমেয় সংখ্য়া হৰণ ফল সদায় এটা পৰিমেয় সংখ্য়া নহ’বও পাৰে।  গতিকে পৰিমেয় সংখ্য়াসমূহ হৰণৰ ক্ষেত্ৰত আৱদ্ধ নহয় ।

Type: Pompi Hazarika