AJB Class 3 Science Chapter 14 MCQ Answer | প্ৰাণীৰ পৰা পোৱা বস্তু | MCQ Short Question Answer |

 Chapter 14

প্ৰাণীৰ পৰা পোৱা বস্তু

১) আন প্ৰাণীৰ পৰা মানুহে বহুত খোৱাবস্তু পায়?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ

২) এৰী আৰু মূগা সূতাক কি বুলি কোৱা হয় ? 

ক) পাত কোপোৰ

খ) ৰেছমী বা ছিল্ক

গ) ইয়াৰ বিতৰত এটাও নহয়

Ans: খ) ৰেছমী বা ছিল্ক

৩) পখিলাবোৰে পলুৰ জন্ম দিয়ে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ

৪) পলুবোৰে কি খায় ? 

ক) পাত

খ) ঘাঁহ- বন

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) পাত

৫) মানুহে কিছুমান প্ৰাণী পোহে বা  প্ৰতিপালন কৰে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ

৬) কিছুমান প্ৰাণীয়ে সকলো কাম কৰে?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহৰয়

Ans: ক) শুদ্ধ

৭) গাখীৰ আৰু খেতি বাবে কি জন্তু পোহে ?

ক) ছাগলী আৰু ঘোৰাঁ

খ) গৰু

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) গৰু

৮) কি জন্তু আবৰ্জনা খাই পৰিষ্কাৰ কৰে ?

ক) কাউৰী , শগুণ আদি

খ) শালিকা , বগলী আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) কাউৰী , শগুণ আদি

৯) জোতা কি জন্তু পৰা লোৱা হয় ?

ক) গৰু

খ) ছাগলী

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) গৰু

১০) মৰুভূমিত মানুহে অহা – যোৱা কৰিবলৈ ঊট ব্যৱহাৰ কে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: ক) শুদ্ধ

Type – Boby Bora