চতুৰ্ভুজ । Class 8 Mathematics Lesson 3.1 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে চতুৰ্ভুজ পাঠটো প্ৰশ্ন আৰু উত্তৰ |

চতুৰ্ভুজ

অনুশীলনী 3.1

1.  নিম্নলিখিত বহুভুজবোৰ আঁকা,

(i) উত্তল ষড়ভুজ                         (ii) অৱতল সপ্তভুজ                        (iii) অৱতল পঞ্চভুজ

    Solution:  

(ii)

Solution:অৱতল সপ্তভুজ   

(iii)  

Solution:  অৱতল পঞ্চভুজ

2.  নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্য়েকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠকৰ্ণৰ সংখ্য়া লিখা ।

(i) সুষম ষড়ভুজ                    (ii) অষ্টভুজ                (iii) নৱভুজ                (iv) দশভুজ

Solution: 

ABCDEF এটা সুষম ষড়ভুজ 

AC, AD, AE, BF, BE, BD, CF, CE, DF

∴ মুঠ 9টা কৰ্ণ ।

(ii)

Solution:অষ্টভুজ   

AC, AD, AE, AG, BD, BF, BG, BH,

CE, CG, DG, DH, EH, FH, IC, FA,

DF, EB, EG, HC,

মুঠ কৰ্ণ 20 টা ।

 (iii)

Solution: নৱভুজ  

(iv)

Solution:দশভুজ

3.  নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা, প্ৰত্য়েকটোৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজবোৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ’ব উলিওৱা ।

(i) সুষম ষড়ভুজ                        (ii) সুষম নৱভুজ                                (iii) 12 সংখ্য়ক বাহু থকা 

                                                                                                                 সুষমবহুভুজ বহুভুজ                                                                                                                                                                  

Solution:সুষম ষড়ভুজ  

∴ প্ৰতিটো কোণৰ জোখ    (ii) সুষম নৱভুজ

Solution:

 (iii) 12 সংখ্য়ক বাহু থকা  সুষমবহুভুজ বহুভুজ   

Solution:

  4.  তলৰ চিত্ৰবোৰৰ a, b কোণৰ জোখ উলিওৱা 

Solution:সুষম নৱভুজ 

 (i)

Solution:  আমি জানো যে  পঞ্চভুজ অন্ত:কোণৰ সমষ্টি 

(ii) 

Solution: পঞ্চভুজ অন্ত:কোণৰ সমষ্টি 

(iii)

Solution: চতুভুজটোৰ অন্ত:কোণৰ সমষ্টি 

(iv)

Solution: ষড় বহুভুজটোৰ বহি:কোণৰ সমষ্টি 

(v)

Solution: বহুভুজটোৰ বহি:কোণৰ সমষ্টি 

5.  এটা সুষম বহুভুজৰ এটা বহিঃকোণৰ জোখ হ’লে বহুভুজৰ বাহুসংখ্য়া কিমান ?

Solution: বহুভুজৰ বহি:কোণৰ সমষ্টি 

 এটা কোণৰ জোখ =

    ∴ বাহু সংখ্য়া 

  6.  20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিঃকোণৰ জোখ কিমান হ’ব ?

Solution: আমি জানো যে

বহুভুজৰ বহি: সংখ্য়া = 20 টা 

∴ প্ৰতিটো বহি:কোণৰ জোখ 

7.  তলৰ একেটা সুষম বহুভুজৰ অন্তঃকোণৰ জোখ দিয়া আছে ।বহুভুজকেইটাৰ বাহুৰ সংখ্য়া উলিওৱা।

(i)

Solution: এটা বহুভূজৰ অন্তকোণৰ জোখ = 

(ii) 

Solution:এটা বহুভুজৰ অন্ত:কোণৰ জোখ 

(iii)

Solution: এটা বহুভুজৰ অন্ত:কোণৰ সমষ্টি জোখ 

(iv)

Solution: এটা বহুভুজৰ অন্ত:কোণৰ সমষ্টি জোখ 

(v)

Solution: এটা বহুভুজৰ অন্ত:কোণৰ সমষ্টি 

8.  তলত দিয়া সংখ্য়াবোৰ বহুভুজৰ বাহুৰ সংখ্য়া হ’লে প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা ।

(i)12

Solution:

(ii) N =14

Solution: 

(iii) N =20

Solution:

(iv) N = 24

Solution:

(v) N = 25

Solution: 

9.  তলৰ উক্তিবোৰ সঁচা নে মিছা, যুক্তিসহকাৰে লিখা  

(i) এটা সুষম বহুভুজৰ প্ৰতিটো বহিঃকোণৰ জোখহ’ব নোৱাৰে।Solution: সত্য় ।

(ii) এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ  হ’ব পাৰে।

Solution: অসত্য় ।

(iii) এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিঃকোণ 

Solution: অসত্য় ।

(iv) এটি সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তঃকোণ 

Solution: অসত্য় ।

(v)  এটি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণ 

Solution: সত্য় ।

Type: Pompi Hazarika