AJB Class 3 Science Chapter 15 MCQ Answer | অসমৰ কেইবিধমান প্ৰধান খেতি | MCQ Short Question Answer |

Chapter 15

অসমৰ কেইবিধমান প্ৰধান খেতি

১) অসমৰ মানুহৰ প্ৰধান খাদ্য কি ?

ক) ৰুটি আৰু মাংস

খ) ভাত

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: খ) ভাত

২) খেতি বিভিন্ন ধৰণৰ আছে ?

ক) অশুদ্ধ

খ) শুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) শুদ্ধ

৩) ৰোৱা ধান গছৰ পুলিক কি বুলি কোৱা হয় ?

ক) কঠীঁয়া বা ভূঁই

খ) ৰোৱা ধান

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) কঠীঁয়া বা ভূঁই

৪) মৰাপাটৰ পৰা কি কি তৈয়াৰ কৰা হয় ?

ক) ৰচী আৰু বস্তা

খ) সূতা বা কাপোৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) ৰচী আৰু বস্তা

৫) অসমত চাহ খেতি কৰা হয় ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: ক) শুদ্ধ

৬) কুহিঁয়াৰৰ পৰা কি কি তৈয়াৰ কৰা হয় ?

ক) নিমখ আৰু চাহ পাত

খ) চেনি আৰু গুড়

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) চেনি আৰু গুড়

৭) ক’ ত বেছি সৰিয়হ খেতি ভালকৈ হয় ?

ক) অসমত

খ) চীন দেশত

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) চীন দেশত

৮) ধানৰ গছৰ আন এটা নাম কি ?

ক) কঠীঁয়া

খ) শস্য

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) শস্য

৯) ধানৰ পৰা আমি কি পাওঁ ?

ক) মগুৰ আৰু মাখন

খ) চাউল

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) চাউল

১০) আলু খেতি কি ঠাইত কৰা হয় ?

ক) গৰম ঠাইত

খ) ঠাণ্ডা ঠাইত

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) ঠাণ্ডা ঠাইত

Type – Boby Bora