AJB Class 3 Science | Chapter 4 | কাৰ্য্য আৰু বল | MCQ Short Question Answer |

Chapter 4

কাৰ্য্য আৰু বল

১) কাৰ্য্য মানে কি ?

ক) ব্যৱহাৰ কৰা

খ) কাম কৰা

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) কাম কৰা

২) বলে কি কৰে ?

ক) বলে বস্তুৰ ঠাই সলায়

খ) বলে কাম কৰে

গ) ইয়াৰ ভঙিতৰত এটাও নহয়

Ans: ক) বলে বস্তুৰ ঠাই সলায়

৩) বলৰ বিপৰীত কেইটা ?

ক) ১ টা

খ) ৩ টা

গ) ২ টা

Ans: গ) ২ টা

৪) জীৱই কি কাম কৰে ?

ক) নানান কাম কৰে

খ) এটা কাম কৰে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) নানান কাম কৰে

৫) কাম কৰিবলৈ কি প্ৰয়োজন হয় ? 

ক) শক্তি

খ) আৰাম

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শক্তি

৬) টেবুল এন নিজে লচৰ ?

ক) হয়

খ) নহয়

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) নহয়

৭) বল দুটা অসমান অৰ্থা সমান ?

ক) নহয়

খ) হয়

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) নহয়

৮) সঁজুলিবোৰৰ  ভিতৰত কিছুমান বেছি কি কৰিব পাৰে ?

ক) ব্যৱহাৰ কৰিব পাৰে

খ) কাম কৰিব পাৰে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) কাম কৰিব পাৰে

৯) কিহৰ সহায়ত কামবোৰ সহজে কৰিব পাৰি ?

ক) কামৰ সহায়ত

খ) বলৰ সহায়ত

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) বলৰ সহায়ত

১০) হাতুৰীৰে কি কাম কৰিব পাৰে ?

ক) লুহাৰ কাম

খ) কাঠৰ কাম আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) কাঠৰ কাম আদি

Type – Boby Bora