AJB Class 3 Science | Chapter 5 | তাপ আৰু উষ্ণতা  | MCQ Short Question Answer |

Chapter 5

তাপ আৰু উষ্ণতা 

১) তাপ মানে কি ?

ক) সূৰ্য তাপ

খ) শক্তি

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: খ) শক্তি

২) উষ্ণতা মানে কি ? 

ক) তাপ মাত্ৰা

খ) শক্তি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) তাপ মাত্ৰা

৩) সূৰ্যৰ ভিতৰত কেইটা ৰং থাকে ?

ক) ৬ টা

খ) ৭ টা

গ) ৮ টা

Ans: খ) ৭ টা

৪) উষ্ণতা কিহৰ জোক ?

ক) সমাজ বিজ্ঞানৰ

খ) বিজ্ঞানৰ

গ) ইয়াৰ ভিতৰত এটা নহয়

Ans: খ) বিজ্ঞানৰ

৫) তাপে কি কাম কৰে ?

ক) বহু কাম কৰে

খ) তাপে কাম নকৰে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) বহু কাম কৰে

৬) সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই ?

ক) নাথাকিব

খ) থাকিব

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) নাথাকিব

৭) বস্তুৰ দীঘ জুখিবলৈ কি ব্যৱহাৰ কৰা হয়  ?

ক) স্কেল আৰু ৰচী

খ) যন্ত্ৰ আৰু মেচিন

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) স্কেল আৰু ৰচী

৮) ছাৰ আইজাক নিটন এজন কি আছিল ?

ক) নেটা আছিল

খ) বিজ্ঞানিক আছিল

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) বিজ্ঞানিক আছিল

৯) ছাৰ আইজাকজ নিটন কি চাজ কৰিছিল ? 

ক) মেচিন

খ) সূৰ্য

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) সূৰ্য

১০) পোহৰ তাপ কিহৰ এটা অংশ ?

ক) সূৰ্যৰ

খ) শক্তিৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) শক্তিৰ

Type – Boby Bora