SVN Class 4 Social Science Chapter 16 অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প । Short Question Answer

Chapter 16

অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প 

১। বৰ্তমানৰ যুগ কি ?

উত্তৰঃ বৰ্তমানৰ যুগ হ’ল- শিল্প-উদ্য়োগৰ ।

২। মানুহৰ শ্ৰম  আৰু যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা ব্য়ৱস্থাক কি বুলি কোৱা হয় ?

উত্তৰঃ মানুহৰ শ্ৰম  আৰু যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা ব্য়ৱস্থাক  শিল্প বুলি কোৱা হয় ।

৩। শিল্প উদ্য়োগ গঢ়ি তুলিবলৈ আৰু চলাই ৰাখিবলৈ যথেষ্ট পৰিমাণৰ কি প্ৰয়োজন ?

উত্তৰঃ শিল্প উদ্য়োগ গঢ়ি তুলিবলৈ আৰু চলাই ৰাখিবলৈ যথেষ্ট পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন।

৪। শীতপ্ৰধান ঠাইত কি কাপোৰৰ প্ৰয়োজন বেছি ?

উত্তৰঃ শীতপ্ৰধান ঠাইত গৰম কাপোৰৰ প্ৰয়োজন বেছি।

Type – Boby Bora