SVN Class 4 Social Science Chapter 13 আমাৰ দেশৰ শাসন ব্য়ৱস্থা । Short Question Answer

Chapter 13

আমাৰ দেশৰ শাসন ব্য়ৱস্থা 

১। ১৯৪৭ চনতৰ ১৫ আগষ্টৰ দিনটো আমাৰ ভাৰতবাসীৰ কাৰণে এক কি দিন ?

উত্তৰ- ১৯৪৭ চনতৰ ১৫ আগষ্টৰ দিনটো আমাৰ ভাৰতবাসীৰ কাৰণে এক চিৰস্মৰণীয় দিন।

২। ভাৰতত কাক ওৰ পেলাই ভাৰতবৰ্ষ লোকসকলে স্বাধীনতা লাভ কৰিছিল ?

উত্তৰ- ভাৰতত ব্ৰিটিছ শাসনৰ  ওৰ পেলাই ভাৰতবৰ্ষ লোকসকলে স্বাধীনতা লাভ কৰিছিল।

৩। কিমান তাৰিখে ভাৰতবৰ্ষত ‘স্বাধীনতা দিৱস’ পালন কৰা হয় ?

উত্তৰ- ১৫ আগষ্টৰ তাৰিখে ভাৰতবৰ্ষত ‘স্বাধীনতা দিৱস’ পালন কৰা হয়।

৪। কিহৰ পাছত দেশৰ শাসন ব্য়ৱস্থা আমাৰ নিজৰ হাতলৈ আহিছিল ?

উত্তৰ- স্বাধীনতাৰ পাছত দেশৰ শাসন ব্য়ৱস্থা আমাৰ নিজৰ হাতলৈ আহিছিল।

৫। কোন স্বাধীন  ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল ?

উত্তৰ- জৱাহৰলাল নেহৰু স্বাধীন  ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল।

৬। কিমান তাৰিখে ভাৰতবৰ্ষত ‘গণৰাজ্য় দিৱস’ পালন কৰা হয় ?

উত্তৰ- ২৬ জানুৱাৰী তাৰিখে ভাৰতবৰ্ষত ‘গণৰাজ্য় দিৱস’ পালন কৰা হয়।

৭। ৰাষ্ট্ৰৰ মুৰব্বী কোন ?

উত্তৰ- ৰাষ্ট্ৰৰ মুৰব্বী হ’ল ৰাষ্ট্ৰপতি।

৮। ৰাষ্ট্ৰপতি কাৰ ভোটৰদ্বাৰা নিৰ্বাচিত হয় ?

উত্তৰ-  ৰাষ্ট্ৰপতি জনসাধাৰণৰ পৰোক্ষ ভোটৰদ্বাৰা নিৰ্বাচিত হয়।

৯। কিমান বছৰৰ মূৰে মূৰে দেশত সাধাৰণ নিৰ্বাচনৰ দ্বাৰা লোকসভা গঠন হয় ?

উত্তৰ- ৫ বছৰৰ মূৰে মূৰে দেশত সাধাৰণ নিৰ্বাচনৰ দ্বাৰা লোকসভা গঠন হয়।

১০। লোক সভাৰ মুঠ সদস্য় সংখ্য়া কিমান জন ?

উত্তৰ- লোক সভাৰ মুঠ সদস্য় সংখ্য়া ৫৪৫ জন ।

Type – Boby Bora