Class 6 General Science Chapter 15 | আমাৰ চাৰিওফালে থকা বায়ু | MCQ

Chapter 15

আমাৰ চাৰিওফালে থকা বায়ু

১। গতিশীল বায়ুক কি বুলি কোৱা হয় ?

(ক) ধুমুহা

(খ) বিজুলী

(গ) বতাহ

উত্তৰঃ (গ) বতাহ

২। কি গেছে জুই জ্বলাত সহায় কৰে ?

(ক) অক্সিজেনে

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) মিথেন

উত্তৰঃ (ক) অক্সিজেনে

৩। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক কি বুলি কোৱা হয় ?

(ক) বতাহ

(খ) বায়ুমণ্ডল

(গ) বায়ুকণা

উত্তৰঃ (খ) বায়ুমণ্ডল

৪। সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো কি ?

(ক) বতাহ

(খ) অক্সিজেন

(গ) কাৰ্বন ডাই অক্সাইড

উত্তৰঃ (গ) কাৰ্বন ডাই অক্সাইড

৫। কি শতিকালৈ বায়ু মাত্ৰ এটা গেছৰ মিশ্ৰণ বুলি মানুহে ভাবিছিল ?

(ক) অষ্টম শতিকালৈ

(খ) অষ্টাদশ শতিকালৈ

(গ) এটাও নহয়

উত্তৰঃ (ক) অষ্টাদশ শতিকালৈ

৬। তলৰ ছবিখনে কি পৰীক্ষাৰ বিষয়ে বুজাইছে ?

(ক) বটলত পানী ভৰাই কৰা পৰীক্ষা

(খ) খালী বটলৰ সহায়ত পৰীক্ষা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) খালী বটলৰ সহায়ত পৰীক্ষা

৭। ‘ধোঁৱা’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Atmosphere

(খ) air

(গ) Smoke

উত্তৰঃ (গ) Smoke

৮। যেতিয়া বায়ু কোনো  পৃষ্ঠৰ সংস্পৰ্শলৈ আহে তেতিয়া ই ঘনীভূত হয় ?

(ক) ঠাণ্ডা

(খ) গৰম

(গ) মধ্যমীয়া গৰম

উত্তৰঃ (ক) ঠাণ্ডা

৯। নাইট্ৰ’জেনে বায়ুৰ প্ৰায় কিমান ঠাই অধিকাৰ কৰি থাকে ?

(ক) ৪/৫

(খ) ১/২

(গ) ৭/৯

উত্তৰঃ (ক) ৪/৫

১০। ধোঁৱাত কি থাকে ?

(ক) গেছ

(খ) মিহি ধূলিকণা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১১। বায়ুত সদায়    থাকে ।

(ক) ধোঁৱা

(খ) ধূলিকণা

(গ) এটাও নহয়

উত্তৰঃ (খ) ধূলিকণা

১২। আমি উশাহ লওঁতে আমাৰ কিহেৰে বায়ু গ্ৰহণ কৰো ?

(ক) মুখেৰে

(খ) কাণেৰে

(গ) নাসাৰন্ধ্ৰেৰে

উত্তৰঃ (গ) নাসাৰন্ধ্ৰেৰে

১৩। প্ৰাণীয়ে কিহৰ অবিহনে জীৱাই থাকিব নোৱাৰে ?

(ক) উদ্ভিদৰ

(খ) মানুহৰ

উত্তৰঃ (ক) উদ্ভিদৰ

১৪। ‘বায়ুৰ সংযুক্তি’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Oxygen

(খ) air

(গ) Composition of air

উত্তৰঃ (গ)  Composition of air

১৫। যদি এটা খালী বটল থাকে, তেতিয়া তুমি ক’ব পাৰিবানে যে বটলটোৰ ভিতৰত কি সোমাই আছে ?

(ক) বায়ু

(খ) পানী

(গ) একো নাই

উত্তৰঃ (ক) বায়ু

১৬। তলৰ ছবিখনৰ জৰিয়তে কি প্ৰকাশ কৰা হৈছে ?

(ক) বিভিন্ন প্ৰকাৰৰ চকৰী

(খ) বায়ুত অক্সিজেন থকা

(গ) বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰ

উত্তৰঃ (গ) বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰ

১৭। ‘বায়ুকল’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Atmosphere

(খ) Windmill

(গ) Composition of air

উত্তৰঃ (খ)  Windmill

১৮। জীৱৰ বাবে আৱশ্যক গেছ বিধ কি ?

(ক) অক্সিজেন

(খ) নাইট্ৰ’জেন

(গ) কাৰ্বন ডাই অক্সাইড

উত্তৰঃ (ক) অক্সিজেন

১৯। উদ্ভিদে শ্বাস কি গেছ গ্ৰহণ কৰে ?

(ক) নাইট্ৰ’জেন

(খ) কাৰ্বন ডাই অক্সাইড

(গ) অক্সিজেন

উত্তৰঃ (গ) অক্সিজেন

Type: Pompi Hazarika