Class 6 General Science Chapter 3 | আঁহৰ পৰা কাপোৰলৈ | MCQ

Chapter 3

আঁহৰ পৰা কাপোৰলৈ

১। কাপোৰ কিহৰ দ্বাৰা তৈয়াৰী ?

(ক) সূতাৰৰ

(খ) প্লাষ্টিকৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) সূতাৰৰ

২। সূতা কিহৰ পৰা তৈয়াৰ কৰা হয় ?

(ক) জন্তুৰ ছালৰ পৰা

(খ) পেলনীয়া সামগ্ৰীৰ পৰা

(গ) আঁহৰ পৰা

উত্তৰঃ (গ) আঁহৰ পৰা

৩। আঁহৰ ভাগ কেইটা ?

(ক) ১ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰঃ (খ) ২ টা

৪। আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটোক কি বুলি কোৱা হয় ?

(ক) গুঠা

(খ) এৰুৱা

(গ) সূতাকটা

উত্তৰঃ (গ) সূতাকটা

৫। উদ্ভিদজাত আঁহ কিহৰ পৰা তৈয়াৰ কৰা হয় ?

(ক) পেলনীয়া সামগ্ৰীৰ পৰা

(খ) কপাহ আৰু মৰাপাট

(গ) ডাঙৰ উদ্ভিদৰ পৰা

উত্তৰঃ (খ) কপাহ আৰু মৰাপাট

৬। আঁহ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Fibre

(খ) Fabric

(গ) Yarn

উত্তৰঃ (ক) Fibre

৭। পাটৰ আঁহ কিহৰ পৰা উলিওৱা হয় ?

(ক) পখিলাৰ পৰা

(খ) ভেড়াৰ পৰা

(গ) পাটপলুৰ লেটাৰৰ পৰা

উত্তৰঃ (গ) পাটপলুৰ লেটাৰৰ পৰা

৮। আঁহৰ পৰা কপাহ পৃথক কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

(ক) সূতাকটা

(খ) কপাহ নেওঠনি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) কপাহ নেওঠনি

৯। মৰাপাট খেতি কি কালত কৰা হয় ?

(ক) বাৰিষা কালত

(খ) খৰালি কালত

(গ) বৰ্ষা কালত

উত্তৰঃ (ক) বাৰিষা কালত

১০। উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা আঁহক কি বুলি কোৱা হয় ?

(ক) বাৰিষা কালত

(খ) কৃত্ৰিম আঁহ

(গ) সাংশ্লেষিক আঁহ

উত্তৰঃ (ক) বাৰিষা কালত

১১। কি মাটি আৰু কি জলবায়ুত কপাহৰ খেতি ভাল হয় ?

(ক) ক’লা মাটি আৰু ঠাণ্ডা জলবায়ুত

(খ) বগা মাটি আৰু ঠাণ্ডা জলবায়ুত

(গ) ক’লা মাটি আৰু গৰম জলবায়ুত

উত্তৰঃ (গ) ক’লা মাটি আৰু গৰম জলবায়ুত

১২। পৰম্পৰাগতভাৱে নেওঠনি কিহেৰে ক’ৰা হয় ?

(ক) মেচিনেৰে

(খ) হাতেৰে

(গ) যতৰে

উত্তৰঃ (খ) হাতেৰে

১৩। মৰাপাট গছবোৰ সাধাৰণতে কি অৱস্থাত চপোৱা হয় ?

(ক) ফুলি থকা অৱস্থাত

(খ) ফুলি হোৱা অৱস্থাত

(গ) ডালত থকা অৱস্থাত

উত্তৰঃ (ক) ফুলি থকা অৱস্থাত

১৪। তলৰ কোনটো পদ্ধতিৰ দ্বাৰা সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰিব পাৰি ?

(ক) বয়ন পদ্ধতি

(খ) গুঁঠা পদ্ধতি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৫। পুৰণিকালত ভাৰতীয়সকলে কি নদীৰ ওচৰৰ অঞ্চলত হোৱা কপাহেৰে তৈয়াৰী পোছাক পিন্ধিছিল ?

(ক) ব্ৰহ্মপুত্ৰ

(খ) নীল

(গ) গঙ্গা

উত্তৰঃ (গ) গঙ্গা

১৬। প্ৰাচীন ইজিপ্তৰ নীল নদীৰ পাৰত                      আৰু                       ৰ খেতি কৰা হৈছিল ।

(ক) কপাহ আৰু শালগছৰ

(খ) কপাহ আৰু শণগছৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) কপাহ আৰু শণগছৰ

১৭। সূতাকটা শব্দৰ ইংৰাজী ৰূপটো কি ?

(ক) Spinning

(খ) Fibre

(গ) Weaving

উত্তৰঃ (ক) Spinning

১৮। তলৰ ছবিখনত কি কৰি থকা হৈছে ?

(ক) গুঁঠি থকা হৈছে

(খ) সূতাবোৰ কাপোৰত পৰিণত কৰা হৈছে

(গ) কাপোৰৰ পৰা সূতা টানি থকা হৈছে

উত্তৰঃ (গ) কাপোৰৰ পৰা সূতা টানি থকা হৈছে

১৯।                  আৰু                 ৰ আঁহ প্ৰাণীৰ পৰা আহৰণ কৰা হয় ?

(ক) প্ৰাকৃতিক আৰু কৃত্ৰিম

(খ) ঊণ আৰু পাট

(গ) এটাও নহয়

উত্তৰঃ (খ) ঊণ আৰু পাট

২০। ‘পকোৱা সূতা’ শব্দৰ ইংৰাজী ৰূপটো কি ?

(ক) Yarn

(খ) Fabric

(গ) Weaving

উত্তৰঃ (ক) Yarn

Type: Pompi Hazarika