SVN Class 8 Science Chapter 4 পদাৰ্থঃ ধাতু আৰু অধাতু । MCQ Question Answer

Chapter 4

পদাৰ্থঃ ধাতু আৰু অধাতু 

১। ধাতুৱে অম্লৰ সৈতে বিক্ৰিয়া কৰি কি গেছ  উৎপন্ন কৰে?

1) অক্সিজেন।

2) হাইড্ৰ’জেন।

3) নাইট্ৰ’জেন।

Ans: হাইড্ৰ’জেন।

২। কি ধাতু অতি সক্ৰিয়?

1) ছডিয়াম।

2) এলুমিনিয়াম।

3) মেগনেছিয়াম।

Ans: ছডিয়াম।

৩। ফছফৰাছ এবিধ ধাতু?

1) অশুদ্ধ।

2) শুদ্ধ।

Ans: অশুদ্ধ।

৪। জিংক লােতকৈ কি সক্রিয়?

1) ছডিয়াম।

2) অধিক।

3) কম।

Ans: কম।

৫। কোনটো পদার্থক কেৰাচিনত ডুবাই ৰখা হয়?

1) নাইট্র’জেন।

2) মেগনেছিয়াম।

3) এনুমিনিয়াম।

Ans: এনুমিনিয়াম।

৬। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত কি সমূহক বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয়?

1) এলুমিনিয়াম আৰু মেগনেছিয়াম।

2) অক্সিজেন আৰু নাইট্ৰ’জেন।

3) ধাতু আৰু অধাতু।

4) ওপৰৰ এটাও নহয়।

Ans: ধাতু আৰু অধাতু।

৭। কিহে ক্ষাৰকৰ সৈতে কৰা বিক্ৰিয়াবোৰ জটিল?

1) ধাতু।

2) অধাতু।

3) হাইড্ৰ’ক্লৰিক।

Ans: অধাতু।

৮। ধাতু ৰ ইংৰাজী ত শব্দ কি?

1) Hardness.

2) metal.

3) HCL.

Ans: metal.

৯। অধাতুবোৰে সাধাৰণতে কিহৰ লগত বিক্ৰিয়া নকৰে?

1) বায়ু।

2) মাটি।

3) পানী।

Ans: পানী।

১০। কেলছিয়াম হাইড্ৰ’ক্সাইড ক্ষাৰক ত থকা ধাতুৰ নাম কি?

1) মেগনেছিয়াম।

2) কেলছিয়াম।

3) তাম।

Ans: কেলছিয়াম।

১১। গন্ধক আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈ যি গেছৰ উৎপন্ন হৈছে তাৰ নাম কি?

1) কাৰ্বন-ডাই-অক্সাইড।

2) ছালফাৰ-ডাই-অক্সাইড।

3) ছালফিউৰাছ এচিড।

Ans: ছালফাৰ-ডাই-অক্সাইড।

১২। ধাতু আৰু অদাতু দুয়োটাই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে?

1) ছালফাৰ।

2) অক্সাইড।

3) ওপৰৰ এটাও নহয়।

Ans: অক্সাইড।

১৩। কিছুমান ব্যতিক্ৰমী ধাতুও আছে।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: শুদ্ধ।

১৪। ধাতুবোৰে কিহৰ সৈতে বিক্ৰিয়া কৰে?

1) মাটি।

2) পানী।

3) বায়ু।

Ans: পানী।

১৫। পদাৰ্থ বোৰ কিহৰ ধৰ্ম?

1) ভৌতিক।

2) আলোক।

3) ওপৰৰ এটাও নহয়।

Ans: ভৌতিক।

Type – Boby Bora