Class 6 General Science Chapter 4 | পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ | MCQ

Chapter 4

     পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ

১। যিবিলাক পদাৰ্থৰ চিকমিকনি আছে সেইবোৰক কি বুলি কোৱা হয় ?

ক) অধাতু

খ) ধাতু

গ) ৰূপ

উত্তৰঃ খ) ধাতু

২। বিভিন্ন ধৰণৰ পদাৰ্থৰ বিভিন্ন                  আছে ।

ক) ধৰ্ম

খ) জাতি

গ) এটাও নহয়

উত্তৰঃ ক) ধৰ্ম

৩। যিবোৰ বস্তু সহজে চেপেটা কৰিবলৈ টান সেইবোৰ বস্তুক কি বুলি কোৱা হয় ?

ক) কোমল

খ) কঠিন

গ) ধাতু

উত্তৰঃ খ) কঠিন

৪। তলৰ কোনটো কোমল পদাৰ্থৰ উদাহৰণ ?

ক) কপাহ

খ) লো

গ) খৰি

উত্তৰঃ ক) কপাহ

৫। যিবোৰ দ্ৰব্য পানীত সম্পূৰ্ণৰূপে অদৃশ্য হয়, সেইবোৰ বস্তুক কি বুলি কোৱা হয় ?

ক) অদ্ৰৱণীয়

খ) দ্ৰৱণীয়

গ) ওপৰৰ দুয়োটা

উত্তৰঃ খ) দ্ৰৱণীয়

৬। যিবোৰ পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা যায় সেইবোৰ পদাৰ্থক কি বুলি কোৱা হয় ?

ক) অস্বচ্ছ

খ) ঈষৎ স্বচ্ছ

গ) স্বচ্ছ

উত্তৰঃ গ) স্বচ্ছ

৭। তলৰ ছবিখনত থকা ছোৱালীজনীয়ে কৰা কামটো শুদ্ধ হৈছেনে ?

ক) শুদ্ধ হোৱা নাই

খ) শুদ্ধ হৈছে

গ) এটাও নহয়

উত্তৰঃ ক) শুদ্ধ হোৱা নাই

৮। কাঠবোৰ দেখাত  তকৈ বেলেগ ।

ক) লো

খ) গছ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) লো

৯। যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি সেইবোৰ পদাৰ্থক কি বুলি কোৱা হয় ?

ক) কঠিন পদাৰ্থ

খ) কোমল পদাৰ্থ

গ) টান পদাৰ্থ

উত্তৰঃ খ) কোমল পদাৰ্থ

১০। তলৰ কোনটো কঠিন পদাৰ্থৰ উদাহৰণ ?

ক) স্পঞ্জ

খ) কপাহ

গ) লো

উত্তৰঃ গ) লো

১১। যিবোৰ দ্ৰব্য পানীত বহু সময় ঘুটি থাকিলেও অদৃশ্য নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

ক) দ্ৰৱণীয়

খ) অদ্ৰৱণীত

গ) ওপৰৰ দুয়োটা

উত্তৰঃ খ) অদ্ৰৱণীত

১২। তলৰ কোনটো পদাৰ্থ পানীত পেলাই দিলে উপঙি থাকিব ?

ক) এখিলা পাত

খ) এটা শিলগুটি

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) এখিলা পাত

১৩। যিবোৰ পদাৰ্থৰ মাজেৰে চালে বস্তুবোৰ দেখি যদিও স্পষ্ট নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

ক)স্বচ্ছ পদাৰ্থ

খ) অস্বচ্ছ পদাৰ্থ

গ) ঈষৎ স্বচ্ছ

উত্তৰঃ গ) ঈষৎ স্বচ্ছ

১৪। তলৰ কোনটো অস্বচ্ছ পদাৰ্থৰ উদাহৰণ ?

ক) এটা কাচৰ বটল

খ) এটা বন্ধ কাঠৰ বাকচ

গ) কিছুমান প্লাষ্টিক

উত্তৰঃ খ) এটা বন্ধ কাঠৰ বাকচ

১৫। ‘খহতা’ শব্দৰ ইংৰাজী ৰূপটো কি ?

ক)Rough

খ) Soluble

গ) Hard

উত্তৰঃ ক) Rough

১৬। তলৰ কোনটো বস্তু কাঠেৰে তৈয়াৰী ?

ক) চামুচ

খ) পুতলা

গ) চকী

উত্তৰঃ গ) চকী

১৭। চকমাটি পানীত দ্ৰৱীভূত হয়নে ?

ক) নহয়

খ) হয়

গ) ওপৰৰ দুয়োটা

উত্তৰঃ খ) হয়

১৮। গোলাপ, খৰিকাজাই, নাওঁ, নাৰ্জী, পদুম। এইকেইটাৰ ভিতৰত অমিল কোনটো ?

ক) নাৰ্জী

খ) খৰিকাজাই

গ) নাওঁ

উত্তৰঃ গ) নাওঁ

১৯। পানীত তেল মিহলি হয়নে ?

ক)হয়

খ )নহয়

গ) কেতিয়াবা হয়

উত্তৰঃ খ) নহয়

২০। ভিনেগাৰ পানীত  হয়।

ক) চলাচল

খ) দ্ৰৱীভূত

 গ) এটাও নহয়

উত্তৰঃ খ) দ্ৰৱীভূত

Type: Pompi Hazarika