Class 6 General Science Chapter 6 | আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ | MCQ

Chapter 6

আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ

১। আমি যি পদাৰ্থৰে ক্ৰিয়াকলাপটো আৰম্ভ কৰো পুনৰ সেই পদাৰ্থটো ঘূৰাই পোৱাক কি বুলি কোৱা হয় ?

(ক) বিপৰীতমুখী

(খ) পৰিৱৰ্তন

(গ) চৌপাশ

উত্তৰঃ (ক) বিপৰীতমুখী

২। ফলা কাঠ এটুকুৰা বিপৰীতমুখী কৰিব পাৰিনে ?

(ক) পাৰি

(খ) নোৱাৰি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নোৱাৰি

৩। কাগজ এখনত ছবি আকিলে কি প্ৰক্ৰিয়াৰ দ্বাৰা বিপৰীতমুখী কৰিব পাৰি ?

(ক) ৰবৰ এডালে মচি

(খ) কাঠ পেঞ্চিলেৰে আঁকি

(গ) ৰং কৰি

উত্তৰঃ (ক)  ৰবৰ এডালে মচি

৪। এটা বেলুন ফুলালে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰিনে ?

(ক) কেতিয়াবা পাৰি কেতিয়াবা নোৱাৰি

(খ) নোৱাৰি

(গ) পাৰি

উত্তৰঃ (গ) পাৰি

৫। ‘প্ৰসাৰণ’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Melting

(খ) Expansion

(গ) Changes

উত্তৰঃ (খ) Expansion

৬। কি কৰিলে বৰফ গলে ?

(ক) গৰম কৰিলে

(খ) ঠাণ্ডা কৰিলে

(গ) মধ্যমীয়া কৰি ৰাখিলে

উত্তৰঃ (ক) গৰম কৰিলে

৭। ৰাস্তা নিৰ্মাণ কৰা কৰ্মীসকলে এবিধ ক’লা পদাৰ্থ গৰম কৰে, সেই ক’লা পদাৰ্থবিধক কি বুলি কোৱা হয় ?

(ক) কয়লা

(খ) আলকাতৰা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) আলকাতৰা

৮। এডাল ধূপকাঠি জ্বলি শেষ হোৱাৰ পাছত কি উৎপন্ন হয় ?

(ক) কিছুমান ছাই

(খ) কিছুমান গেছ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

৯। ধূপ কাঠি এডাল জ্বলি শেষ হোৱাৰ পাছত উৎপন্ন হোৱা গেছ চকুৰে দেখা পাব পাৰিনে ?

(ক) নোৱাৰি

(খ) পাৰি

(গ) এটাও নহয়

উত্তৰঃ (ক) নোৱাৰি

১০। মাটি খান্দিবৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবোৰৰ লোৰ ফলকখনত এটা কি থাকে ?

(ক) মুদ্ৰা

(খ) আঙুঠি

(গ) কাঠৰ নল

উত্তৰঃ (খ) আঙুঠি

১১। এটা মাটিৰৰ পাত্ৰ পৰি ভাঙিলে সেই পৰিৱৰ্তন বিপৰীতমুখা কৰিব পাৰিনে ?

(ক) পাৰি

(খ) নোৱাৰি

(গ) এটাও নহয়

উত্তৰঃ (খ) নোৱাৰি

১২। পৰিবৰ্তন হোৱা বস্তুসমূহ পুনৰ আগৰ ৰূপলৈ ঘূৰাই আনিব পৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয় ?

(ক) বিপৰীতমুখী

(খ) পৰিৱৰ্তনশীল

(গ) এটাও নহয়

উত্তৰঃ (ক) বিপৰীতমুখী

১৩। তলৰ ছবিখনত থকা ছিত্ৰটো কিহৰ চিত্ৰ বুলি তোমালোকে ভাবা ?

(ক) এডাল মমবাতিৰ ছবি

(খ) এডাল জ্বলি থকা মমবাতিৰ ছবি

(গ) এডাল নুমাই যোৱা মমবাতিৰ ছবি

উত্তৰঃ (খ) এডাল জ্বলি থকা মমবাতিৰ ছবি

১৪।  লোহাৰত মামৰে ধৰাৰ পিছত পুনৰ আগৰ ৰূপত ঘূৰাই পাব পাৰিনে ?

(ক) পাৰি

(খ) নোৱাৰি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নোৱাৰি

১৫। ‘সংকোচন’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Evaporation

(খ) Changes

(গ) Contraction

উত্তৰঃ (গ) Contraction

১৬। গাখীৰ দৈ হোৱা পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰিনে ?

(ক) পাৰি

(খ) নোৱাৰি

(গ) এটাও নহয়

উত্তৰঃ (খ) নোৱাৰি

১৭। মাটি খন্দা সঁজুলীৰ লোৰ ফলকখনত কিহৰ নলা লগোৱা থাকে ?

(ক) বাঁহৰ

(খ) কাঠৰ

(গ) খেৰৰ

উত্তৰঃ (খ) কাঠৰ

১৮। তলৰ ছবিখনত থকা ছোৱালীজনীয়ে কি কৰি আছে ?

(ক) বেলুন ফুলাই আছে

(খ) বেলুন ফুটাই আছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বেলুন ফুলাই আছে

১৯। মাটি খান্দিবৰ বাবে ব্যৱহাৰ কৰা সঁজুলীৰ লোৰ ফলকত থকা আঙঠিতো কিহৰ বাবে ডাঙৰ হৈ পৰে ?

(ক) গৰম কালত তৈয়াৰ কৰাৰ বাবে

(খ) ঠাণ্ডা কৰাৰ বাবে

(গ) লোৰ প্ৰসাৰণৰ বাবে

উত্তৰঃ (গ) লোৰ প্ৰসাৰণৰ বাবে

২০। ‘গলন’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Melting

(খ) Changes

(গ) Expansion

উত্তৰঃ (ক) Melting

Type: Pompi Hazarika