Class 6 General Science Chapter 9 | জীৱ আৰু ইয়াৰ চৌপাশ | MCQ

Chapter 9

জীৱ আৰু ইয়াৰ চৌপাশ

১। মাটিত থকা জীৱবোৰক কি প্ৰাণী বুলি কোৱা হয় ? 

(ক) জলজ প্ৰাণী

(খ) স্থলজ প্ৰাণী

(গ) এটাও নহয়

উত্তৰঃ (খ) স্থলজ প্ৰাণী

২। ‘বৃদ্ধি’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Growth

(খ) Living

(গ) Habitat

উত্তৰঃ (ক) Growth

৩। উদ্ভিদ আৰু প্ৰাণীয়ে যি পৰিৱেশত বাস কৰে তাক সিহঁতৰ কি বুলি কোৱা হয় ?

(ক) অভিযোজন

(খ) ৰেচন ক্ৰিয়া

(গ) আৱাসস্থলী

উত্তৰঃ (গ) আৱাসস্থলী

৪। মৰুভূমিত কি জীৱই বাস কৰে ?

(ক) ছাগলী

(খ) উট

(গ) য়াক

উত্তৰঃ (খ)  উট

৫। মৰুভূমি ৰাতিৰ ভাগত জলবায়ু কেনেকুৱা হয় ?

(ক) ঠাণ্ডা

(খ) গৰম

(গ) কেতিয়াবা গৰম কেতিয়াবা ঠাণ্ডা

উত্তৰঃ (ক) ঠাণ্ডা

৬। মাছত থকা কোনটো অংশই পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰাত সহায় কৰে ?

(ক) ফিচা খনে

(খ) বাকলিয়ে

(গ) ফুলবোৰে

উত্তৰঃ (গ) ফুলবোৰে

৭। যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে পানীত বাস কৰে সেইবোৰক কি বুলি কোৱা হয় ?

(ক) স্থলজ প্ৰাণী

(খ) জলজ প্ৰাণী

(গ) এটাও নহয়

উত্তৰঃ (খ) জলজ প্ৰাণী

৮। তলৰ কোনটো স্থলজ আৱাসস্থলীৰ উদাহৰণ ?

(ক) পৰ্বতীয়া অঞ্চল

(খ) জলাশয়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) পৰ্বতীয়া অঞ্চল

৯। আৱাসস্থলীত থকা জীৱিত বস্তুবোৰক কি বুলি কোৱা হয় ?

(ক) অজৈৱিক উপাদান

(খ) অভিযোজন

(গ) জৈৱিক উপাদান

উত্তৰঃ (ক)  জৈৱিক উপাদান

১০। মৰুভূমিত দিনৰ ভাগত জলবায়ু কেনেকুৱা হয় ? 

(ক) যথেষ্ট গৰম

(খ) যথেষ্ট ঠাণ্ডা

(গ) ছমাহ গৰম আৰু ছমাহ ঠাণ্ডা

উত্তৰঃ (ক) যথেষ্ট গৰম

১১। সূৰ্যৰ পোহৰ আৰু তাপ আৱাসস্থলীৰ কি উপাদান ?

(ক) জৈৱিক

(খ) অজৈৱিক

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) অজৈৱিক

১২। তলৰ ছবিখনত কোন ঠাইৰ দৃশ্য প্ৰতিফলিত হৈছে ?

(ক) হিমালয় পৰ্বতৰ

(খ) তৃণভূমি অঞ্চলৰ

(গ) মৰুভূমি অঞ্চলৰ

উত্তৰঃ (গ) মৰুভূমি অঞ্চলৰ

১৩। বীজৰ পৰা গজালি ওলোৱাতো কি বুলি কোৱা হয় ?

(ক) বীজৰ অংকুৰণ

(খ) বীজৰ পখালি

উত্তৰঃ (ক) বীজৰ অংকুৰণ

১৪।  চৌপাশৰ পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক কি বুলি কোৱা হয় ?

(ক) অভিযোজন

(খ) উদ্দীপক

(গ) কাৰক

উত্তৰঃ (খ) উদ্দীপক

১৫। তলৰ কোনটো জড় পদাৰ্থ ?

(ক) নাঙল

(খ) চিলাই মেচিন

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা

১৬। সিংহই কোন ঠাইত বাস কৰে ?

(ক) হাবি-বননিত

(খ) তৃণভূমি অঞ্চলত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৭। ডলফিন আৰু তিমিমাছে কিহৰ সহায়ত উশাহ-নিশাহ লয় ?

(ক) নাসাৰন্ধ্ৰ

(খ) বায়ুৰন্ধ্ৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৮। জীৱিত বস্তুৱে কিহৰ জৰিয়তে তাৰ নিচিনা অধিক জীৱ জন্ম দিয়ে ?

(ক) প্ৰজনন

(খ) অভিযোজন

(গ) শ্বসন

উত্তৰঃ (ক) প্ৰজনন

১৯। ‘উদ্দীপক’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Habitat

(খ) Stimulus

(গ) Adaptation

উত্তৰঃ (খ) Stimulus

২০। জীৱই নিজৰ শৰীৰৰ বৰ্জিত পদাৰ্থবোৰ আঁতৰাই পেলোৱাক কি বুলি কোৱা হয় ?

(ক) ৰেচন ক্ৰিয়া

(খ) জন্ম দিয়া

(গ) উদ্দীপক

উত্তৰঃ (ক) ৰেচন ক্ৰিয়া

Type: Pompi Hazarika