SVN Class 3 Social Science। Chapter 9। আমাৰ ৰীতি-নীতি আৰু সাজপাৰ । Question Answer |

Chapter 9

আমাৰ ৰীতি-নীতি আৰু সাজপাৰ

(ক) ৰীতি-নীতি কাক বোলে?

উত্তৰঃ আমি বাস কৰা সমাজখনত পৰম্পৰাগতভাৱে মানি চলিব লগীয়া নিয়মসমূহকে ৰীতি-নীতি বোলা হয়।

(খ) সকলো সমাজৰে ৰীতি-নীতি একেনে?

উত্তৰঃ সকলো সমাজৰে ৰীতি-নীতি একে নহয়।

(গ) আমি পৰিধান কৰা কেইবিধমান সাজ-পাৰৰ নাম লিখা।

উত্তৰঃ আমি পৰিধান কৰা কিছুমান সাজ-পাৰৰ নাম হৈছে- ৰিহা, মেখেলা, গামোচা, চাদৰ, চুৰিয়া, চোলা, লং পেণ্ট, ছাৰ্ট, মেক্সি, ফ্ৰক, চেলোৱাৰ-কামিজ, চুৰিদাৰ, শাৰী আদি।

(ঘ) প্ৰাচীন কালত মানুহে কি পৰিধান কৰিছিল?

উত্তৰঃ প্ৰাচীন কালত মানুহে গছৰ বাকলি পৰিধান কৰিছিল।

(ঙ) ডিমাচাসকলে পৰিধান কৰা এবিধ সাজ- পাৰৰ নাম লিখা।

উত্তৰঃ ডিমাচাসকলে পৰিধান কৰা এবিধ সাজ-পাৰৰ নাম হৈছে- ৰিগু ৰিজাংফাই।

Type: Pompi Hazarika