SEBA Class 12 Education Chapter 6 | মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান MCQ Question Answer |

Chapter 6

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

১. মানসিক স্বাস্থ্য বুলিলে কি বুজায় ?

ক) দেহ- মনৰ অৱস্থাক

খ) ব্যক্তিত্ব বিকাশ

গ) কাৰ্য্যক্ষম

উত্তৰঃ ক) দেহ- মনৰ অৱস্থাক

২. মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনকৰ শাস্ত্ৰক কি বিজ্ঞান বোলে ?

ক) মানসিক বিজ্ঞান

খ) সামাজিক বিজ্ঞান

গ) অৰ্থনীতি বিজ্ঞান

উত্তৰঃ ক) মানসিক বিজ্ঞান

৩. ১৯০০ খৃষ্ঠাব্দত আমেৰিকাৰ কোনগৰাকী যুৱকে ঘৰৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল ?

ক) এডলফ্ মেয়ৰ

খ) উইলিয়াম চুইটজাৰ

গ) ক্লিফোৰ্ড বিয়াৰচ

উত্তৰঃ গ) ক্লিফোৰ্ড বিয়াৰচ

৪. কোন গৰাকী ব্যক্তিয়ে পোনপ্ৰথমে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল ?

ক) উইলিয়াম চুইটজাৰ

খ) বিয়াৰচ্ উইলিয়াম জেমচ

গ) কোলেচনীক

উত্তৰঃ ক) উইলিয়াম চুইটজাৰ

৫. গ্ৰীক শব্দৰ ইংৰাজী শব্দ কি ?

ক) ‘Health’

খ) ‘Hygiene’

গ) ‘Preservative’

উত্তৰঃ  খ) ‘Hygiene’

৬. ‘Hygiene’ শব্দৰ অৰ্থ কি ?

ক) ‘Of Health’

খ) ‘Hygeia’

গ) ‘National’

উত্তৰঃ ক) ‘Of Health’

৭. ‘Hygeia’ কিহৰ প্ৰতীক আছিল ?

ক) শান্তি প্ৰতীক

খ) নিৰ্বাহৰ প্ৰতীক

গ) অশান্তি প্ৰতীক

উত্তৰঃ খ) নিৰ্বাহৰ প্ৰতীক

৮. মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধানকৈ কেইটা উদ্দেশ্য আছে ?

ক) তিনিটা

খ) দুটা

গ) নটা

উত্তৰঃ ক) তিনিটা

৯. মনোবিজ্ঞানী স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেইটা ?

ক) এঘাৰতা

খ) চৈধ্যতা

গ) দুটা

উত্তৰঃ গ) দুটা

১০. ‘A mind that Found itself’ নামৰ কিতাপখন আমেৰিকাৰ কোনজন যুৱকে লিখিছিল ?

ক) ক্লিফোৰ্ড বিয়াৰচ্

খ) কাৰ্ল মেনীনগা

গ) উইলিয়াম চুইটজাৰ

উত্তৰঃ ক) ক্লিফোৰ্ড বিয়াৰচ্

১১. মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰকসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

ক) পাচঁটা

খ) সাতটা

গ) তিনিটা

উত্তৰঃ গ) তিনিটা

১২.  মানসিক স্বাস্থ্য কেই প্ৰকাৰৰ ?

ক) এক

খ) চাৰি

গ) দুই

উত্তৰঃ গ) দুই

১৩. কিমান চনত এগৰাকী আমেৰিকাৰ যুৱক ক্লিফোৰ্ড বিয়াৰচ লিখনিৰ জৰিয়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ সূচনা হৈছিল ?

ক) ১৯২৩

খ) ১৯৯০

গ) ১৯০০

উত্তৰঃ খ) ১৯৯০

১৪. প্ৰথমতে মানসিক স্বাস্থ্যবিজ্ঞানে কি সমস্যাৰ বিষয়ে অধ্যায়ন কৰিছিল ?

ক) মানসিক বিকাৰগ্ৰস্ত

খ) নিৰাময়

গ) মানসিক স্বাস্থ্য

উত্তৰঃ ক) মানসিক বিকাৰগ্ৰস্ত

১৫. তলৰ কোনটো মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য্য ?

ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য

খ) নিজ সত্তা

গ) মানসিক জীৱন সংৰক্ষণ নীতি

উত্তৰঃ ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য

১৬. তলৰ কোনটো মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰণ ?

ক) শাৰীৰিক কাৰণ

খ) ব্যক্তিগত কাৰণ

গ) অৰ্থনৈতিক কাৰণ

উত্তৰঃ ক) শাৰীৰিক কাৰণ

১৭. আধুনিক শিক্ষণ পদ্ধতি কি ?

ক) খেল পদ্ধতি

খ) নাচ-গান পদ্ধতি

গ) প্ৰাণায়াম

উত্তৰঃ ক) খেল পদ্ধতি

১৮. শিশুৱে সামগ্ৰিক বিকাশত চকু দিব লাগে ?

ক) লাগে

খ) নালাগে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) লাগে

১৯. বৌদ্ধিক আৰু আবেগিক পৰিপক্ক হয়নে ?

ক) নহয়

খ) হয়

গ) দুয়োটাই শুদ্ধ

উত্তৰঃ খ) হয়

২০. ক্লিফোৰ্ড বিয়াৰচ কিমান বছৰ পিছত সুস্থ হৈছিল ?

ক) পাঁচ বছৰ

খ) তিনি বছৰ

গ) চাৰি বছৰ

উত্তৰঃ খ) তিনি বছৰ

Type – Boby Bora