SVN Class 4 Social Science Chapter 17 ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা । MCQ Question Answer

 Chapter 17

ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা

১। বৰ্তমান আমাৰ দেশত কেই প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে?

1) তিনি প্ৰকাৰৰ

2) চাৰি প্ৰকাৰৰ

3) পাঁচ প্ৰকাৰৰ

Ans: চাৰি প্ৰকাৰৰ

২। দেশৰ চাৰিখন প্ৰধান চহৰ চেন্নাই, মুম্বাই, দিল্লী আৰু কলকাতাক সংযোগ কৰি ভাৰতত অন্য় এটা বৃহৎ ৰাজপথ নিৰ্মাণৰ যোজনাও চলি আছে। এই যোজনাক কি বোলে?      

1) ৰঙা চতুৰ্ভুজ

2) কমলা চতুৰ্ভুজ

3) সোণালী চতুৰ্ভুজ

Ans: সোণালী চতুৰ্ভুজ

৩। ভাৰতত বৰ্তমান কিমানৰো অধিক ৰাষ্ট্ৰীয় পথ আছে?

1) ২০০ৰো

2) ৩০০ৰো

3) ৫০০ৰো

Ans: ২০০ৰো

৪। পৌৰসভাই কিহৰ আলিবাটসমূহ নিৰ্মাণ আৰু মেৰামতি কৰে?

1) মহানগৰৰ

2) চহৰৰ

3) অঞ্চলৰ

Ans: চহৰৰ

৫। পৌৰনিগমে কিহৰ আলিবাটসমূহ নিৰ্মাণ আৰু মেৰামতি কৰে?

1) মহানগৰৰ

2) চহৰৰ

3) নগৰৰ

Ans: মহানগৰৰ

৬। কিমান চনত আমাৰ দেশৰ প্ৰথম ৰে’ল পথ নিৰ্মাণ কৰা হয়?

1) ১৯৫২

2) ১৮৪৫

3) ১৮৫৩

Ans: ১৮৫৩

৭। কিমান চনৰ পহিলা জানুৱাৰীৰ পৰা ভাৰতীয় ৰে’লক ১৫টা মণ্ডলত ভাগ কৰা হৈছে?

1) ১৯৯৯

2) ২০০১

3) ২০০৫

Ans: ২০০১

৮। আমাৰ দেশত কেইবিধ ৰে’ল পথৰ সুবিধা আছে?

1) চাৰি বিধ

2) তিনি বিধ

3) পাঁচ বিধ

Ans: তিনি বিধ

৯। কিমান চনত ইটালী দেশৰ মাৰ্কনি নামৰ এজন বিজ্ঞানীয়ে ৰেডিঅ’ আৱিষ্কাৰ কৰিছিল?

1) ১৮৯৫

2) ১৮৫২

3) ১৯৫৪

Ans: ১৮৯৫

১০। কিমান চনত স্কটলেণ্ডৰ জন লগি বেয়াৰ্ড নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল?

1) ১৯৬২

2) ১৯২৬

3) ১৮২৫

Ans: ১৯২৬

Type – Boby Bora