SVN Class 4 Social Science Chapter 15  আমাৰ সম্পদ । MCQ Question Answer

  Chapter 15

আমাৰ সম্পদ

১। অসমৰ কাজিৰঙা কিহৰ বাবে বিখ্য়াত?

1) সিংহৰ

2) এখড়গীয়া গঁড়ৰ

3) হৰিণৰ

Ans: এখড়গীয়া গঁড়ৰ

২। অসমৰ বনাঞ্চল কিহৰ বাবে বিখ্য়াত?

1) হৰিণৰ

2) গছ-গছনিৰ

3) জীৱ-জন্তু আৰু চৰাইৰ

Ans: জীৱ-জন্তু আৰু চৰাইৰ

৩। এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য় অটুট ৰাখিবলৈ মুঠ মাটিকালিৰ ন্য়ূনতম কিমান শতাংশ সেউজ আচ্ছাদনৰ প্ৰয়োজন?

1) ৩৩ শতাংশ

2) ৩২ শতাংশ

3) ২২ শতাংশ

Ans: ৩৩ শতাংশ

৪। ভাৰতৰ প্ৰধান খনিজাত সম্পদ?

1) চূণশিল

2) খাৰুৱা তেল

3) কয়লা

Ans: কয়লা

৫। কিহৰ পৰা বিদ্য়ুৎ শক্তিও উৎপাদন কৰিব পাৰি?

1) কয়লা

2) ইউৰেনিয়াম

3) মেংগানিজ

Ans: কয়লা

৬। দেশৰ ভিতৰতে আটাইতকৈ বেছি ধান উৎপাদন কত হয়?

1) অৰুণাচল প্ৰদেশ

2) উত্তৰ প্ৰদেশ

3) অন্ধ্ৰ প্ৰদেশ

Ans: অন্ধ্ৰ প্ৰদেশ

৭। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি কুঁহিয়াৰ কত উৎপাদন হয়?

1) উত্তৰ প্ৰদেশ

2) অন্ধ্ৰ প্ৰদেশ

3) মধ্য় প্ৰদেশ

Ans: উত্তৰ প্ৰদেশ

৮। প্ৰাকৃতিক সম্পদ প্ৰধানকৈ কেই প্ৰকাৰৰ?

1) ৩ প্ৰকাৰৰ

2) ৪ প্ৰকাৰৰ

3) ৬ প্ৰকাৰৰ

Ans: ৪ প্ৰকাৰৰ

৯। ভাৰতৰ মাটিক কেই ভাগত ভাগ কৰা হৈছে?

1) ২ ভাগত

2) ৩ ভাগত

3) ৪ ভাগত

 Ans: ৪ ভাগত

১০। অসমক কিয় পনীয়া সোণৰ ৰাজ্য় বুলি কোৱা হয়?

1) খাৰুৱা তেলৰ

2) কয়লাৰ

3) লোৰ

Ans: খাৰুৱা তেলৰ

Type – Boby Bora