SVN Class 6 Science Chapter 10 পানী। MCQ Question Answer

Chapter 10

পানী

১। পৃথিৱীৰ তিনি ভাগৰ কিমান ভাগ পানীৰে আগুৰা?

(ক) ১ ভাগ

(খ) ৩ ভাগ

(গ) ২ ভাগ

উত্তৰঃ (গ) ২ ভাগ

২। সাগৰ-মহাসাগৰত মুঠ পানীৰ কিমান শতাংশ জমা হৈ আছে?

(ক) তিশ শতাংশ

(খ) পঞ্চাশ শতাংশ

(গ) নিৰানব্বৈ শতাংশ

উত্তৰঃ (গ) নিৰানব্বৈ শতাংশ

৩। পানীৰ প্ৰয়োজনীয়তাৰ কথা কৈ আমি শেষ কৰিব পাৰোনে?

(ক) নোৱাৰোঁ

(খ) পাৰো

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নোৱাৰোঁ

৪। যি পানীত কোনো বেমাৰৰ বীজাণু নাথাকে,সেই পানীক কি বোলে?

(ক) দূষিত

(খ) নোৱাৰোঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নোৱাৰোঁ

৫। কি পানীৰ বৰণ আৰু সোৱাদ নাথাকে?

(ক) বিশুদ্ধ পানীৰ

(খ) দূষিত পানীৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বিশুদ্ধ পানীৰ

৬। আমি শৰীৰৰ কিমান শতাংশই পানী?

(ক) পঞ্চাশ শতাংশই

(খ) নব্বৈ শতাংশই

(গ) সত্তৰ শতাংশই

উত্তৰঃ (গ) সত্তৰ শতাংশই

৭। ভাইৰেল কি?

(ক) এখন গাওঁ

(খ) পানীৰ পৰা হোৱা এটা বেমাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পানীৰ পৰা হোৱা এটা বেমাৰ

৮। পানীৰ পৰা কোনটো বেমাৰ হয়?

(ক) যক্ষ্মা

(খ) মেলেৰিয়া

(গ) ডিপথেৰিয়া

উত্তৰঃ (গ) ডিপথেৰিয়া

৯। ডাৱৰ কৰ পৰা সৃষ্টি হয়?

(ক) পানীৰ পৰা

(খ) ভাপৰ পৰা

(গ) বৰফৰ পৰা

উত্তৰঃ (খ) ভাপৰ পৰা

১০। ভূগৰ্ভৰ পানী কৰ পৰা দূষিত হয়?

(ক) ৰাসায়নিক দ্ৰব্যৰ বাবে

(খ) পাথৰৰ বাবে

(গ) জীৱাশ্মৰ বাবে

উত্তৰঃ (ক) ৰাসায়নিক দ্ৰব্যৰ বাবে

১১। বৰষুণৰ পানী খোৱাৰ উপযোগী নোহোৱাৰ কাৰণ কি?

(ক) বীজাণু থাকে কাৰণে

(খ) ৰাসায়নিক দ্ৰব্য থাকে কাৰণে

(গ) এচিড থাকে কাৰণে

উত্তৰঃ (গ) এচিড থাকে কাৰণে

১২। যিবোৰ পানী বিশুদ্ধ নহয়,সেইবোৰ কি?

(ক) দূষিত পানী

(খ) বিশুদ্ধ পানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) দূষিত পানী

১৩। দমকলৰ পানীত ৰাসায়নিক দ্ৰব্য মিহলি হোৱাৰ ফলত পানীখিনি কি হয়?

(ক) বিশুদ্ধ হয়

(খ) দূষিত হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দূষিত হয়

১৪। বৰষুণৰ পানীৰ কাপোৰ ধুলে কি হয়?

(ক) কাপোৰত দাগ লাগে আৰু চাবোনৰ খৰছ বেছি হয়

(খ) কাপোৰো অধিক পৰিস্কাৰ হয় আৰু চাবোনৰ খৰছ কম হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কাপোৰো অধিক পৰিস্কাৰ হয় আৰু চাবোনৰ খৰছ কম হয়

১৫। ডায়েৰিয়া বেমাৰ কৰ পৰা হয়?

(ক) চাউলৰ পৰা

(খ) দৈ পৰা

(গ) পানীৰ পৰা

উত্তৰঃ (গ) পানীৰ পৰা

১৬। পৃথিৱীত থকা মুঠ পানীৰ কিমান শতকৰা আমাৰ ব্যৱহাৰৰ উপযোগী?

(ক) পঞ্চাশ শতাংশ

(খ) বিছ শতাংশ

(গ) সত্তৰ শতাংশ

উত্তৰঃ (খ) বিছ শতাংশ

১৭। প্ৰাকৃতিক বিশুদ্ধ পানী কিমান শতাংশ?

(ক) ২%

(খ) ৭%

(গ) ৩%

উত্তৰঃ (গ) ৩%

১৮। বৰষুণৰ পানী কি?

(ক) পানীৰ এটি উৎস

(খ) পানীৰ এটি উৎস নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পানীৰ এটি উৎস

১৯। ভাত আৰু আঞ্জা ৰন্ধাৰ বাবে আমাক কি লাগে?

(ক) গাখীৰ

(খ) পানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পানী

২০। পানী কি?

(ক) এটা অপ্ৰয়োজনীয় বস্তু

(খ) জীৱৰ প্ৰাণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জীৱৰ প্ৰাণ

Type – Boby Bora