SVN Class 6 Science Chapter 2 জীৱজগত । MCQ Question Answer

Chapter 2

 জীৱজগত

১। মৌ-মাখি কোন পৰ্বৰ প্ৰাণী?

(ক) সন্ধিপদী প্ৰাণী

(খ) জড় পদাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সন্ধিপদী প্ৰাণী

২। বগা ভালুক ক’ত পোৱা যায়?

(ক) ৰাজস্থানত

(খ) মেৰু অঞ্চলত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মেৰু অঞ্চলত

৩ । কি প্ৰাণীয়ে জীৱনৰ আদি কালছোৱা পানীত কটায়?

(ক) মেৰুদণ্ডী প্ৰাণীয়ে

(খ) কণ্টকচৰ্মী প্ৰাণীয়ে

(গ) উভচৰ প্ৰাণীয়ে

উত্তৰঃ (গ) উভচৰ প্ৰাণীয়ে

৪। লালুকী দেখাত কেনেকুৱা?

(ক) হাতীৰ দৰে

(খ) মাছৰ পোৱালীৰ দৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মাছৰ পোৱালীৰ দৰে

৫। লালুকীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়?

(ক) জলক্লোমৰ সহায়ত

(খ) পাখিৰ সহায়ত

(গ) নাকৰ সহায়ত

উত্তৰঃ (ক) জলক্লোমৰ সহায়ত

৬। মাছে কিহৰ সহায়ত উশাহ-নিশাহ লয়?

(ক) পাখিৰ সহায়ত

(খ) ফুলৰ সহায়ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ফুলৰ সহায়ত

৭। তৰামাছ কোন পৰ্বৰ অন্তৰ্ভুক্ত প্ৰাণী?

(ক) কন্টকচৰ্মী পৰ্বৰ

(খ) সন্ধিপদী পৰ্বৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কন্টকচৰ্মী পৰ্বৰ

৮। জেঠী,গুঁই আদি  কি প্ৰাণী?

(ক) সাগৰীয় প্ৰাণী

(খ) স্তন্যপায়ী প্ৰাণী

(গ) সৰীসৃপ প্ৰাণী

উত্তৰঃ (গ) সৰীসৃপ প্ৰাণী

৯। পাউৰুটি বনোৱাত কি ব্যৱহাৰ কৰা হয়?

(ক) আটা

(খ) ইষ্ট নামৰ ভেঁকুৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ইষ্ট নামৰ ভেঁকুৰ

১০। প্ৰটিষ্টা ৰাজ্য কি?

(ক) এককোযী জীৱ

(খ) এখন ৰাজ্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এককোযী জীৱ

১১। ঢেঁকীয়া,শেলাই,মচ আদি কি উদ্ভিদ?

(ক) সপুষ্পক প্ৰাণী

(খ) অপুষ্পক প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অপুষ্পক প্ৰাণী

১২। আম,লিচু,বগৰী আদি কি উদ্ভিদ?

(ক) নগ্নবীজী উদ্ভিদ

(খ) দ্বিবীজপত্ৰী উদ্ভিদ

(গ) গুপ্তবীজী উদ্ভিদ

উত্তৰঃ (গ) গুপ্তবীজী উদ্ভিদ

১৩। যিবোৰ উদ্ভিদত দুটাকৈ বীজপত্ৰ থাকে,সিহঁতক কি উদ্ভিদ বোলে?  

(ক) নগ্নবীজী উদ্ভিদ

(খ) দ্বিবীজপত্ৰী উদ্ভিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দ্বিবীজপত্ৰী উদ্ভিদ

১৪। তৃণ বা ঘাঁহতকৈ কিছু ওখ আৰু জোপোহা উদ্ভিদক কি বোলে?

(ক) তৃণ

(খ) বৃক্ষ

(গ) গুল্ম

উত্তৰঃ (গ) গুল্ম

১৫। যিবোৰ উদ্ভিদ লেহুকা,মাটিৰ সৈতে প্ৰায় লিপিট খাই থাকে,সেইবোৰ উদ্ভিদক কি বোলে?

(ক) বৃক্ষ

(খ) গুল্ম

(গ) তৃণ

উত্তৰঃ (গ) তৃণ

১৬। যিবোৰ উদ্ভিদ বহু ডাঙৰ,ওখ আৰু শক্তিশালী কাণ্ডযুক্ত হয়,সেইবোৰ উদ্ভিদক কি বোলে?

(ক) তৃণ

(খ) গুল্ম

(গ) বৃক্ষ

উত্তৰঃ (গ) বৃক্ষ

১৭। কঁঠাল কি উদ্ভিদৰ ভিতৰত পৰে?

(ক) বৃক্ষ

(খ) তৃণ

(গ) গুল্ম

উত্তৰঃ (ক) বৃক্ষ

১৮। যিবোৰ উদ্ভিদৰ কাণ্ড অতি লেহুকা আৰু ইহঁতে আন গছ নাইবা দেৱাল আদিক অৱলম্বন কৰি বগাই যায়,সেইবোৰ উদ্ভিদক কি উদ্ভিদ বোলে?

(ক) লতা

(খ) বৃক্ষ

(গ) গুল্ম

উত্তৰঃ (ক) লতা

১৯। ধান,মাকৈ,গম আদি কি উদ্ভিদৰ ভিতৰত পৰে?

(ক) বৃক্ষ

(খ) তৃণ

(গ) একবীজপত্ৰী

উত্তৰঃ (গ) একবীজপত্ৰী

২০। কৃমি বা পেলু কি?

(ক) মৃতজীৱী প্ৰাণী

(খ) পৰজীৱী প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰজীৱী প্ৰাণী

Type – Boby Bora