SVN Class 6 Science Chapter 6 গতি আৰু দূৰত্বৰ জোখ-মাপ। MCQ Question Answer

Chapter 6

গতি আৰু দূৰত্বৰ জোখ-মাপ

  ১। পুৰণি কালত জলপথেৰে চলাচল কৰিবৰ বাবে কি ব্যৱহাৰ কৰিছিল?

(ক) ফেৰী

(খ) নাও

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নাও

২। কিমান শতিকাৰ প্ৰাৰম্ভত উৰা জাহাজৰ বিকাশ ঘটে?

(ক) ১৯০১

(খ) ১৯০২

(গ) ১৯০০

উত্তৰঃ (গ) ১৯০০

৩। কোনো এটা নজনা ৰাশিৰ সৈতে কিছুমান জনা ৰাশিৰ তুলনা কৰাকে কি বোলে?

(ক) দৈৰ্ঘ্য

(খ) জোখ-মাপ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জোখ-মাপ

৪। এই জনা নিৰ্দিষ্ট ৰাশিক কি বোলা হয়?

(ক) একক

(খ) জোখ-মাপ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) একক

৫। জোখ-মাপসমূহ কেইটা অংশত প্ৰকাশ কৰা হয়?

(ক) পাঁচটা

(খ) দুটা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দুটা

৬। আন্তজাৰ্তিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক কি?

(ক) একক

(খ) জোখ-মাপ

(গ) মিটাৰ

উত্তৰঃ (গ) মিটাৰ

৭। ________ শব্দটো আহিছে মিটাৰৰপৰা।

(ক) আন্তজাৰ্তিক

(খ) মেট্ৰিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মেট্ৰিক

৮। ক্ষেত্ৰফল= __________x প্ৰস্থ।

(ক) মিটাৰ

(খ) 2

(গ) দীঘ

উত্তৰঃ (গ) দীঘ

৯। কিমান চনত জোখ-মাপৰ এক প্ৰমাণ একক প্ৰৱৰ্তন কৰে?

(ক) ১৯০০ চনত

(খ) ১৭৭০ চনত

(গ) ১৭৯০ চনত

উত্তৰঃ (গ) ১৭৯০ চনত

১০। কোনে জোখ-মাপৰ এক একক প্ৰৱৰ্তন কৰে?

(ক) ফৰাচীসকলে

(খ) খাঁচীয়াসকলে

(গ) জয়ন্তীয়াসকলে

উত্তৰঃ (ক) ফৰাচীসকলে

Type – Boby Bora