SVN Class 8 Science Chapter 13 শব্দ। MCQ Question Answer

Chapter 13

শব্দ

১। আমি প্ৰত্যেক দিনাই বিভিন্ন উৎসৰ পৰা বিভিন্ন কি শুণিবলৈ পাঁও?

1) শব্দ

2) ৰেডিঅ’

3) চৰাই-চিৰিকটি ৰ শব্দ

Ans: শব্দ

২। কিহে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা সহায় কৰে?

1) ৰেডিঅ’ই

2) শব্দই

3) চৰাইয়ে।

Ans: শব্দই

৩। কি বস্তু কঁপিলে শব্দৰ সৃষ্টি হ’য়?

1) বিভিন্ন।

2) গছ-গছনি।

3) ওপৰৰ গোটেই কেইটা।

Ans: বিভিন্ন।

৪। শব্দৰ কি কি কৰিব পাৰি?

1) কাৰ্য।

2) কাম।

3) গতি।

Ans: কাৰ্য।

৫। চেতাৰ-ভায়’লিনৰ তাঁৰ টানিলে কঁপনি উঠে।

1) হ’য়

2) নহ’য়।

3) কেতিয়াবা উঠে আৰু কেতিয়াবা নুঠে।

Ans: হ’য়

৬। সাধাৰণতে শব্দই কম শক্তি কঢ়িয়ায়।

1) শুদ্ধ।

2) অশুদ্ধ

3) ওপৰৰ গোটেই কেইটা।

Ans: শুদ্ধ।

৭। শব্দৰ বেগ আছেনে।

1)আছে।

2) নাই।

3) ওপৰৰ এটাও নহয়

Ans: আছে।

৮। 60 ছেকেণ্ডত বস্তুটোৰ কম্পনৰ সংখ্যা কিমান?

1) 200 বাৰ

2) 400 বাৰ

3) 600 বাৰ

Ans: 600 বাৰ

৯। কিমান হাৰ্টজতকৈ কম কম্পনাংশকৰ শব্দক অৱশ্ৰাব্য বা অৱশব্দ বোলে?

1) ২০ হাৰ্টজতকৈ।

2) ৩০ হাৰ্টজতকৈ।

3) ৪০ হাৰ্টজতকৈ।

Ans: ২০ হাৰ্টজতকৈ।

১০। কিমান হাৰ্টজতকৈ কম সম্পানাংকৰ শব্দ মানুহে নুশুণে?

1) ২০ হাৰ্টজতকৈ।

2) ৩০ হাৰ্টজতকৈ।

3) ৪০ হাৰ্টজতকৈ।

Ans: ২০ হাৰ্টজতকৈ।

১১। পুৰুষৰ স্বৰতন্ত্ৰী প্ৰায় কিমান মিঃমিঃ দীঘল?

1) ২০ মিঃমিঃ।

2) ৩০ মিঃমিঃ।

3) ৫০ মিঃমিঃ।

Ans: ২০ মিঃমিঃ।

১২। কম্পনাংকৰ একক হাৰ্টজ।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: শুদ্ধ।

১৩। কম্পনৰ বিস্তাৰ কি হ’লে শব্দ ডাঙৰ হ’য়?

1) ডাঙৰ।

2) স্বৰকক্ষ।

3) হাৰ্টজ।

Ans: ডাঙৰ।

১৪। কিমান হাৰ্টজতকৈ বেছি কম্পনামকৰ শব্দক কি বোলে?

1) 20,000 হাৰ্টতজতকৈ।

2) 30,000 হাৰ্টতজতকৈ।

3) 60,000 হাৰ্টতজতকৈ।

Ans: 20,000 হাৰ্টতজতকৈ।

১৫। শব্দ প্ৰদৃষণে মানুহৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৃষ্টি কৰে।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: শুদ্ধ।

Type – Boby Bora