SVN Class 8 Science Chapter 12 ঘৰ্ষণ। MCQ Question Answer

Chapter 11

ঘৰ্ষণ

১। গৈ থকা বস্তু এটা এনে ৰৈ যাব পাৰেনে?

1) পাৰে।

2) নোৱাৰে।

3) কেতিয়াবা পাৰে আৰু কেতিয়াবা নোৱাৰে।

Ans: পাৰে।

২। পিছল ঘৰ্ষন স্থিতি ঘৰ্ষনকৈ কম।

1) শুদ্ধ

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়

Ans: শুদ্ধ

৩। ৰকেট প্ৰথম কোন খন দেশে নিক্ষেপ কৰিছিল?

1) আমেৰিকা।

2) জাপান।

3) ৰাছিয়া।

Ans: ৰাছিয়া।

৪। বায়ু যথেষ্ট কি?

1) পাতল

2) ডাঠ

3) ওপৰৰ এটাও নহয়

Ans: পাতল

৫। ঘৰ্ষণে আমাক উপকাৰ কৰেণে?

1) কৰে।

2) নকৰে।

3) কেতিয়াবা কৰে আৰু কেতিয়াবা নকৰে।

Ans: কেতিয়াবা কৰে আৰু কেতিয়াবা নকৰে।

৬। খোজ কঢ়াত ঘৰ্ষণ বলে আমাক সহায় কৰে নে।

1) কৰে।

2) নকৰে।

3) ওপৰৰ গোটেই কেইটা।

Ans: কৰে।

৭। প্ৰথম বলটোক ক্ৰিয়া কৰা আৰু দ্বিতীয় বলটোক কি বোলে?

1) তৰল।

2) প্ৰতিক্ৰিয়া।

3) ঘৰ্ষণ।

Ans: প্ৰতিক্ৰিয়া।

৮। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সদায় সমান আৰু বিপৰীতমুখী।

1) হয়।

2) নহয়।

3) ওপৰৰ গোটেই কেইটা।

Ans: হয়।

৯। লুব্ৰিকেন্ট ব্যৱহাৰ কৰি ঘৰ্ষণ কমাব পাৰিনে নোৱাৰে।

1) নোৱাৰি।

2) পাৰি।

3) এটাও নহয়।

Ans: পাৰি।

১০। এখন পৃষ্ঠ খহটা কৰি কি বৃদ্ধি কৰিব পাৰি?

1) বল।

2) গতি।

3) ঘৰ্ষণ।

Ans: ঘৰ্ষণ।

১১। সংস্পৃশত থকা পৃষ্ঠ কেইখনৰ অসনতাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হ’য়?

1) এখন

2) দুখন

3) তিনিখন

Ans: দুখন

১২। স্থিতি অৱস্থাত থকা বস্তু এটাই গতি আৰম্ভ কৰাৰ মূহৃৰ্তত ঘৰ্ষণ অতিক্ৰম কৰিবলৈ প্ৰযোজন হোৱা বলক কি বোলে?

1) স্থিতি।

2) মাধ্যাকৰ্ষনিক।

3) পেশীয়।

Ans: স্থিতি।

১৩। ঘৰ্ষণ কেই ভগাব পাৰি

1) দুই ভাগত

2) তিনি ভাগত

3) চাৰি ভাগত

Ans: চাৰি ভাগত

১৪।খোজ কঢ়াত আমাক কি বলে সহায় কৰে?

1) তৰল ঘৰ্ষণ।

2) ঘৰ্ষণ।

3) স্থিতি।

Ans: ঘৰ্ষণ।

১৫। বাগৰি গ’লে ঘৰ্ষণ কম হ’য়নে?

1) হ’য়।

2) নহয়।

3) ওপৰৰ এটাও নহয়

Ans: হ’য়।

Type – Boby Bora