SVN Class 8 Science Chapter 14 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া। MCQ Question Answer

Chapter 14

বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া

১। পদাৰ্থবোৰৰ প্ৰধানকৈ কেইটা ভাগত ভগোৱা হ’য়?

1) ২ টা

2) ৩ টা

3) ৪ টা

Ans: ২ টা

২। তৰল পদাৰ্থৰ মাজেৰে কি প্ৰবাহিত হ’য়?

1) বিদ্যুৎ

2) ৰাসায়নিক ক্ৰিয়া

3) বিদ্যুৎলেপেন

Ans: বিদ্যুৎ

৩। কি পদাৰ্থৰ শূ্ণ্যৰ মাজেদিও বিদ্যুৎ প্ৰৱাহিত হ’য়?

1) তৰল।

2) গেছিয়।

3) কঠিন।

Ans: গেছিয়।

৪। বিদ্যুৎ প্ৰবাহৰ কাৰণ মুক্ত কিহৰ গতি নহয়?

1) বিদ্যুৎলেপেন।

2) তড়িৎদ্বাৰ।

3) ওপৰৰ এটাও নহয়।

Ans: ওপৰৰ এটাও নহয়।

৫। কিছুমান জুলীয়া পদাৰ্থৰ বিদ্যুতৰ কিছুমান কি?

1) সুপৰিবাহী।

2) কুপৰিবাহী।

3) কিছুমান সুপৰিবাহী আৰু কিছুমান কুপৰিবাহী।

Ans: কিছুমান সুপৰিবাহী আৰু কিছুমান কুপৰিবাহী।

৬। কি এবিধ স্বাভাৱিকতে চিকমিকনি থকা ধাতু?

1) ৰূপ।

2) সোণ।

3) ক্ৰমিয়াম।

Ans: ক্ৰমিয়াম। 

৭। কিহৰ তুলনাত টিনৰ বিক্ৰিয়া কম?

1) লোৰ।

2) তাম।

3) পাৰা।

Ans: লোৰ।

৮। ______ এটা অতি উপযোগী প্ৰক্ৰিয়া?

1) বিদ্যুৎলেপেন।

2) তড়িৎদ্বাৰ।

3) ওপৰৰ গোটেই কেইটা।

Ans: বিদ্যুৎলেপেন।

৯। বিদ্যুৎ বিশ্লেষ্য তৰলত কেতিয়াবা ধণাত্মক আৰু ঋণাত্মকভাৱে আহিত আয়ন থাকে।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: অশুদ্ধ।

১০। নেমু ৰস সুপৰিবাহী নে কুপৰিবহী?

1) সুপৰিবাহী।

2) কুপৰিবাহী।

3) ওপৰৰ গোটেই কেইটা।

Ans: সুপৰিবাহী।

১১। প্ৰাকৃতিক পানীবোৰ বিদ্যুতৰ সুপৰিবাহী হয় নে?

1) হয়।

2) নহয়।

3) কিছুমান হয় কিছুমান নহয়।

Ans: হয়।

১২। তলৰ কোনটো পদাৰ্থ অপৰিবাহী?

1) শুকান কাঠ।

2) বেটাৰী।

3) LED

Ans: শুকান কাঠ।

১৩। অলংকাৰ গঢ়োতাসকলে কম দামী ধাতুৰ ওপৰত কি বিদ্যুৎলেপেন কৰে?

1) ৰূপ

2) সোণ।

3) ৰূপ আৰু সোণ।

Ans: ৰূপ আৰু সোণ।

১৪। কিহৰ দাম বেছি?

1) সোণ।

2) ৰূপ।

3) ক্ৰ’মিয়ামৰ।

Ans: ক্ৰ’মিয়ামৰ।

১৫। খাদ্য ৰখা পাত্ৰ বনাবলৈ কিহৰ লেপন দি লোৱা হ’য়?

1) লোৰ।

2) তড়িৎদ্বাৰ।

3) টিন।

Ans: টিন।

Type – Boby Bora