SVN Class 8 Science Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা। MCQ Question Answer

Chapter 15

কিছুমান প্ৰাকৃতিক পৰিঘটনা

১। বিঝুলাবাতিৰ খুটাবোৰ তাঁৰৰ সংযোগ ঢিলা হৈ থাকিলে কি ওলায়?

1) ফিৰিঙতি।

2) জুই।

3) বিজুলী।

Ans: ফিৰিঙতি।

২। মেঘত আধানৰ পুঞ্জীভৱন হৈ কি সৃষ্টি হয়?

1) ঢেৰেকণী

2) বিজুলী।

3) বিদ্যুৎস্ফুলিং

Ans: বিজুলী।

৩। স্বৰ্ষণৰ ফলত উদ্ভৱ হোৱা বিদ্যুৎ কি?

1) আধীন স্থৈতিক

2) বিদ্যুৎ প্ৰৱাহ

3) ওপৰৰ এটাও নহয়

Ans: আধীন স্থৈতিক

৪। আধানে যেতিয়া গতি কৰে তেতিয়া কি সৃষ্টি হয়?

1) আধান স্থৈতিক

2) ধনাত্মক

3) বিদ্যুৎপ্ৰৱাহ

Ans: বিদ্যুৎপ্ৰৱাহ

৫। ধাতু বিদ্যুতৰ কি?

1) সুপৰিবাহী

2) কুপৰিবাহী

3) বজ্ৰপাত

Ans: সুপৰিবাহী

৬। অৰণ্যত থাকিলে কি গছৰ তলত আশ্ৰয় ল’ব লাগে?

1) ওখ

2) চাপৰ

3) নিম্ন

Ans: চাপৰ

৭। তামৰ ফলক কিহৰ পৰিবাহী?

1) বিজুলী

2)  বিদ্যুৎস্ফুলিং

3) ওপৰৰ গোটেই কেইটা

Ans: বিজুলী

৮। কিমান চনৰ কিমান তাৰিখে গুজৰাটত এটা ডাঙৰ ভূমিকম্প হৈছিল?

1) ২০০৪ চনৰ ২৬ জানুৱাৰী।

2) ২০০২ চনৰ ২৬ জানুৱাৰী।

3) ২০০১ চনৰ ২৬ ডিচেম্বৰ।

Ans: ২০০২ চনৰ ২৬ জানুৱাৰী।

৯। কিমান চনৰ কিমান তাৰিখে ভাৰত মহাসাগৰত এটা ডাঙৰ ছুনামী হৈছিল?

1) ২০০১ চনৰ ২৬ ডিচেম্বৰ।

2) ২০০৫ চনৰ ২৬ নৱেম্বৰ।

3) ২০০৩ চনৰ ২৭ অক্টোৱৰ।

Ans: ২০০১ চনৰ ২৬ ডিচেম্বৰ।

১০। অট্টালিকাত বজ্ৰপাত প্ৰভাৱ নপৰিবলৈ কিহৰ ব্যৱস্থা কৰা হয়?

1) বিজুলী।

2) বৈদ্যুতিক তাঁৰ।

3) কম্পিউটাৰ।

Ans: বিজুলী।

১১। পৃথিৱীৰ কেইটা স্তৰ আছে?

1) ৩ টা

2) ৪ টা

3) ৫ টা

Ans: ৪ টা

১২। কম্পন প্ৰণালীটোত কি সংলগ্ন হা থাকে?

1) দোলক

2) কলম

3) ধাৰক

Ans: কলম

১৩। কি এটা অভিলেখন যন্ত্ৰ?

1) ভূমিকম্প।

2) ভূকম্প।

3) চাৰ্ট পেপাৰ

Ans: ভূকম্প।

১৪। প্ৰাবল্যৰ মান ২ বৃদ্ধি হ’লে ক্ষতি কৰিব পৰা শক্তি কিমান গুণ বাঢ়ি যায়?

1) ১০০০ গুণ

2) ২০০০ গুণ

3) ৩০০০ গুণ

Ans: ১০০০ গুণ

১৫। ২৫ এপ্ৰিল ২০১৫ বৰ্ষত হোৱা নেপালত হোৱা ভূমিকম্পক প্ৰাবল্য কিমান ৰিখটাৰ স্কেল?

1) ৫.৬

2) ৭.৯

3) ৮.৪

Ans: ৭.৯

Type – Boby Bora