SVN Class 8 Science Chapter 16 পোহৰ। MCQ Question Answer

Chapter 16

পোহৰ

১। কি যন্ত্ৰ লেন্স ব্যবহাৰ কৰা হয়?

1) প্ৰাৱল্য

2) আলোক

3) ওপৰৰ এটাও নহয়

Ans: আলোক

২। কিহৰ পৰ্দাখনৰ নাম ৰেটিনা?

1) চকু।

2) কাণ।

3) অণুবীক্ষণ যন্ত্ৰ।

Ans: চকু।

৩। দৃষ্ট কেই প্ৰকাৰৰ?

1) ২ প্ৰকাৰৰ।

2) ৩ প্ৰকাৰৰ।

3) ৪ প্ৰকৰাৰ।

Ans: ২ প্ৰকাৰৰ।

৪। সদায় আমি কি আহাৰ গ্ৰহন কৰিব লাগে?

1) সন্তুলিত।

2) সুষম।

3) বৰ্জিত।

Ans: সন্তুলিত।

৫। স্বাভাৱিকতে চকুৰ মানুহে কিমান চেন্টিমিটাৰতকৈ বেছি দুৰত্ব যিকোনো বস্তু স্পষ্টকৈ দেখা যায়?

1) ১৫

2) ২৫

3) ৩৫

4) ৪০

Ans: ২৫

৬। আমাৰ চকু কি এটা জৈৱিক আলোক যন্ত্ৰ?

1) পোহৰ।

2) সূক্ষ্ম।

3) সন্তুলিত।

Ans: সূক্ষ্ম।’

৭। কি চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণ?

1) কৰ্ণিয়া

2) ৰ’ড

3) ক’ন

Ans: কৰ্ণিয়া

৮। দুখন উত্তৰ তলেৰে আৱৰা প্ৰতিসাৰক মাধ্যমক কি লেন্স বুলি কোৱা হ’য়?

1) উত্তৰ লেন্স।

2) দক্ষিণ লেন্স।

3) লেন্স।

Ans: উত্তৰ লেন্স।

৯। সূৰ্যৰ ৰঙৰ কেইটা সমষ্টি?

1) ৫ টা

2) ৭ টা

3) ৯ টা

Ans: ৭ টা

১০। লেনেস কেই প্ৰকাৰৰ?

1) ২ প্ৰকাৰৰ।

2) ৩ প্ৰকাৰৰ।

3) ৪ প্ৰকাৰৰ।

Ans: ২ প্ৰকাৰৰ।

১১। অবতল লেন্সত ক্তিয়াও কি প্ৰতিবিম্ব পোৱা নায়ায়?

1) সৎ

2) অসৎ

3) ওপৰৰ এটাও নহয়

Ans: সৎ

১২। বগা বস্তুৱে পোহৰৰ কেইটা ৰং প্ৰফোলিত কৰে?

1) ৭ টা

2) ৮ টা

3) ৯ টা

Ans: ৭ টা

১৩। আমাৰ কিহত এখন লেন্স আছে?

1) কেমেৰা।

2) চকু।

3) ওপৰৰ এটাও নহয়।

Ans: চকু।

১৪। কি কোণ সৰু?

1) সৰল কোন।

2) সস্থ কোণ।

3) প্ৰতিসৰণ

Ans: প্ৰতিসৰণ

১৫। কি প্ৰতিবিম্ব পৰ্দাত পেলাব পাৰি?

1) সৎ

2) অসৎ

3) ওপৰৰ গোটেই কেইটা

Ans: সৎ

Type – Boby Bora