SVN Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত। MCQ Question Answer

Chapter 18

তৰা আৰু সৌৰজগত

১। ৰাতিৰ আকাশত বহুতো কি দেখা যায়?

1) তৰা।

2) জোন।

3) এন্ধাৰ।

Ans: তৰা।

২। নবোমণ্ডলীয়া বস্তু কি?

1) জোন।

2) তৰা।

3) সৌৰজগত।

Ans: তৰা।

৩। কি পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা?

1) সৃৰ্যটো 

2) জোন

3) ধ্ৰুৱ।

Ans: সৃৰ্যটো

৪। সূৰ্যটোৰ পৰা তৰা কিমান আঁতৰত আছে?

1) ১৫০,০০০০,০০০ কিলোমিটাৰ।

2) ১৫০,০০০,০০০ কিলোমিটাৰ।

3) ৪০০,০০০,০০০,০০০ কিলোমিটাৰ।

Ans: ১৫০,০০০,০০০ কিলোমিটাৰ।

৫। ছেন্টউৰি পৃথিৱাৰ পৰা কিমান দূৰত্বত অৱস্থিত?

1) ৪০,০০০,০০০০,০০০ কিঃমিঃ।

2) ৪০,০০০,০০০,০০০ কিঃমিঃ।

3) ৫০,০০০,০০০,০০০ কিঃমিঃ।

Ans: ৪০,০০০,০০০,০০০ কিঃমিঃ।

৬। সূৰ্যৰ ৰশ্মিয়ে পূথিৱী পাবলৈ কিমান মিনিট লাগে?

1) ৬ মিনিট।

2) ৭ মিনিট।

3) ৮ মিনিট।

Ans: ৮ মিনিট।

৭। আমাৰ সৌৰজগতখন কি নামৰ হাতীপটি এটা অংশ?

1) ধ্ৰুৱতৰা।

2) মিলকিৱে।

3) তাৰকাপুঞ্জ।

Ans: মিলকিৱে।

৮। পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বটো কি?

1) আলোকবৰ্ষ

2) সূৰ্য্য

3) হাতীপটি

Ans: আলোকবৰ্ষ

৯। পৃথিৱীৰ পৰা আলফা ছেন্টউৰিৰ দূৰত্ব প্ৰায় কিমান?

1) ৪.৩ আলোকৰ্ষ

2) ৯.৭ আলোকৰ্ষ

3) ২.৫ আলোকৰ্ষ

Ans: ৪.৩ আলোকৰ্ষ

১০। ধ্ৰুৱতৰা পৃথিৱীৰ কি দিশত আকাশত অৱস্থিত?

1) পশ্চিম দিশত

2) অক্ষৰ দিশত

3) পূৱ দিশত

Ans: অক্ষৰ দিশত

১১। ৰাতিৰ আকাশত সবাতোকৈ উজ্বল বস্তুটো কি দেখা যায়?

1) চন্দ্ৰ

2) তৰা

3) গ্ৰহ

Ans: চন্দ্ৰ

১২। সূৰ্যটো এটা কি?

1) তৰা

2) নক্ষত্ৰ

3) গ্ৰহ

Ans: তৰা

১৩। সূৰ্যটো হৈছে এটা সৌৰজগতৰ কি?

1) উপগ্ৰহ

2) কেন্দ্ৰবিন্দু

3) ধুমকেতু

Ans: কেন্দ্ৰবিন্দু

১৪। ধ্ৰুৱ তৰাক কোন গোলাৰ্ধৰ পৰা দেখা য়ায়?

1) পশ্চিম দিশ

2) উত্তৰ দিশ

3) দক্ষিন দিশ

Ans: দক্ষিন দিশ

১৫। সূৰ্যটো পূথিৱীৰ আটাইতকৈ ওচৰত থকা কি?

1) তৰা

2) গ্ৰহ

3) নোভোমণ্ডলীয়

Ans: নোভোমণ্ডলীয়

Type – Boby Bora