SVN Class 8 Science Chapter 17 চাপ আৰু প্লাৱিতা। MCQ Question Answer

Chapter 17

চাপ আৰু প্লাৱিতা

১। উলম্ব বল কি?

1) চেচাঁ

2) হেচাঁ

3) কঠিন।

Ans: হেচাঁ

২। চাপ ৰ সূত্ৰ কি?

1) বল/ক্ষেত্ৰফল

2) বল/গতি

3) ওপৰৰ এটাও নহয়

Ans: বল/ক্ষেত্ৰফল

৩। কঠিন পদাৰ্থ লেখীয়া জুলীয়া পদাৰ্থ ওজন আছে।

1) শুদ্ধ।

2) অশুদ্ধ।

3) ওপৰৰ এটাও নহয়।

Ans: শুদ্ধ।

৪। আমাৰ চাৰিওফালে জগতখন পৰ্যবেক্ষণ কৰিলে কি কি বিভিন্ন পৰিঘটানা দেখিবলৈা পাওঁ?

1) চাপ আৰু প্লাৱিতা ।

2) নিম্ন চাপ আৰু পাৰ্শ্ব চাপ।

3) ওপৰৰ গোটেই কেইটা।

Ans: চাপ আৰু প্লাৱিতা ।

৫। কি কি আদিয়ে ভালদৰে কাটিবৰ বাবে ইয়াত ধাৰ দিয়া হ’য়?

1) দা আৰু কোঠা।

2) ছুৰী আৰু কটাৰী।

3) কোৰ আৰু.মৈদা।

Ans: ছুৰী আৰু কটাৰী।

৬। আমাৰ চাৰিওফালে থকা সকলে বস্তুৰ ওপৰত পৃথিবাৰ কি বলে ক্ৰিয়া কৰে?

1) মহাকৰ্ষনিক বল।.

2) মাধাকৰ্ষনিক বল।

3) স্থিতিস্থাপক বল।

Ans: মাধাকৰ্ষনিক বল।

৭। হেঁচাৰ প্ৰভাৱক আমি চাপ নামৰ এক ভৌতিক ৰাশিদ্বাৰা প্ৰকাোশ কৰিব নোৱাৰো।

1) শুদ্ধ।

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়।

Ans: অশুদ্ধ

৮। জুলীয়া পদাৰ্থই প্ৰয়োগ কৰা চাপৰ কেইটা ভাগত ভাগ কৰিব পাৰে?

1) ২ টা ভাগত

2) ৩ টা ভাগত

3) ৪ টা ভাগত

Ans: ৩ টা ভাগত

৯। জুলীয়া পদাৰ্থৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

1) ক্ষেত্ৰফল।

2) গভীৰতা।

3) অভ্যন্তৰৰ।

Ans: গভীৰতা।

১০। গভীৰতা যিমান বাঢ়ে চাপো সিমান নাবাঢ়ে।

1) শুদ্ধ

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়

Ans: অশুদ্ধ

১১। বায়ুৰ ওজন আছেনে?

1) আছে।

2) নাই।

Ans: আছে।

১২। কঠিন আৰু জুলীয়া পদাৰ্থৰ দৰে কিহৰ ওজন আছে?

1) বায়ু।

2) পদাৰ্থ।

3) ৰবৰৰ শোষক।

Ans: পদাৰ্থ।

১৩। প্ৰয়োগ কৰা হেঁচাক কি বোলা হ’য়?

1) বল।

2) শক্তি।

3) গতি।

Ans: বল।

১৪। চাপৰ সাংকেতিক চিহ্ন কি?

1) SP

2) SI

3) SK

Ans: SI

১৫। কিমান ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীখিনি গোট মাৰি বৰফ হ’য়?

1) 0 ডিগ্ৰী।

2) 5  ডিগ্ৰী।

3) 3  ডিগ্ৰী।

Ans: 0 ডিগ্ৰী।

Type – Boby Bora