SVN Class 8 Science Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। MCQ Question Answer

Chapter 7

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

১। পৃথিৱীত বিভিন্ন ধৰণৰ কি কি আছে?

1) মাটি আৰু প্ৰাণী।

2) জীৱ আৰু জন্তু।

3) উদ্ভিদ আৰু প্ৰাণী।

Ans: উদ্ভিদ আৰু প্ৰাণী।

২। মানৱ কল্যান আৰু কি ৰক্ষাৰ বাবে অপৰিহাৰ্য।

1) সন্মান।

2) অস্তিত।

3) ওপৰৰ এটাও নহয়।

Ans: অস্তিত।

৩। কিহে মাটিৰ পানী ধাৰণ ক্ষমতা হ্ৰাস কৰে?

1) ৰাসায়নিক সাৰে।

2) নিৰ্বনীকৰণে।

3) হাইড্ৰ’জেনে।

Ans: নিৰ্বনীকৰণে।

৪। অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে?

1) ৬ খন।

2) ৫ খন।

3) ৪ খন।

Ans: ৫ খন।

৫। অভ্যয়াৰণ্য ৰ ইংৰাজী নাম কি?

1) Forest Fire।

2) Sanctuary।

3) Biosphere Reserve।

Ans: Sanctuary।

৬। কি এটা প্ৰাণী ৰ প্ৰজাতি ক্ৱল এটা বিশেষ অঞ্চলত হে পোৱা যায়?

1) সোণালী বান্দৰ।

2) নলগাহৰি।

3) গোলাপীমূৰীয়া হাঁহ।

Ans: নলগাহৰি।

৭। একোটা নিদিষ্ট অঞ্চলত বাস কৰা উদ্ভিদবোৰক কি বোলে?

1) প্ৰণীকুল।

2) উদ্ভিদকুল।

3) ওপৰৰ এটাও নহয়।

Ans: উদ্ভিদকুল।

৮। কোনটো সৰীসৃপ প্ৰজাতি নহয়?

1) কেমেলিয়ান।

2) কেক’

3) ওপৰৰ এটাও নহয়।

Ans: ওপৰৰ এটাও নহয়।

৯। পবিতৰা ৰ এলেকা (বৰ্গ কিঃমিঃ) কিমান?

1) ৩৭।

2) ২৬।

3) ১৬।

Ans: ১৬।

১০। গৰম পানী ওহ থকা জিলা খনৰ নাম কি?

1) গোলাঘাট।

2) যোৰহাট।

3) দৰং।

Ans: গোলাঘাট।

১১। অসমৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য কেইখন?

1) ২০ খন।

2) ৩২ খন।

2) ১৯ খন।

Ans: ১৯ খন।

১২। মানাহ সংৰক্ষিত জীৱমণ্ডল কেইটা প্ৰজাতি পোৱা যায়?

1) থলুৱা।

2) প্ৰব্ৰজন।

3) লুপ্তপ্ৰায়।

Ans: লুপ্তপ্ৰায়।

১৩। চৰকাৰে দেশত বাঘৰ সুবিধাৰ বাবে কি আৰম্ভ কৰিছে।

1) ব্যাঘ্ৰ প্ৰকল্প।

2) হৰিণ প্ৰকল্প।

3) বনৰৌ প্ৰকল্প।

Ans: বনৰৌ প্ৰকল্প।

১৪। বাঘ্ৰযোজনা ক’ত হৈছিল?

1) চিৰাং।

2) ওৰাং।

3) মানাহ।

Ans: মানাহ।

১৫। ঐতিহ্য ক্ষেত্ৰ ৰ ইংৰাজী ৰ নাম কি?

1) Biodiversity.

2) Biodiversity.

3) ওপৰৰ এটাও নহয়।

Ans: ওপৰৰ এটাও নহয়।

১৬। তলৰ কোনটো নিবৰ্নীকৰণৰ কিছুমান প্ৰাকৃতিক কাৰণ হৈছে ?

1) প্ৰচণ্ড খৰাং।

2) প্ৰচণ্ড শীতল।

3) প্ৰদূষণ।

Ans: প্ৰচণ্ড খৰাং।

১৭। কি কি বিল ৰ অভয়াৰণ্যত বহুত পৰিভ্ৰমি চৰাই দেখা যায়?

1) গদাধৰ নদী।

2) পবিতৰা।

3) দিহিং নদী।

Ans: পবিতৰা।

১৮। কি হৈছে ধ্বংসপ্ৰাপ্ত অৰণ্যৰ পুনৰ মজুতকৰণ?

1) নিৰ্বনীকৰণ।

2) বনজুই।

3) পুনৰ্বনানীকৰণ।

Ans: পুনৰ্বনানীকৰণ।

১৯। কি প্ৰজাতি কেৱল এটা নিৰ্দিষ্ট অঞ্চলত হে পোৱা যায়?

1) উদ্ভিদকুল প্ৰজাতি।

2) থলুৱা প্ৰজাতি।

3) সৰীসৃপ প্ৰজাতি।

Ans: থলুৱা প্ৰজাতি।

২০। জৈৱ বিভিন্নতাই এটা সুনিৰ্দিষ্ট অঞ্চলত বাস কৰা কি সমূহক বুজায়?

1) প্ৰাণী সমূহক।

2) উদ্ভিদ সমূহক।

3) জীৱসমূহক।

Ans: জীৱসমূহক।

Type – Boby Bora