SVN Class 8 Science Chapter 8 কোষ-গঠন আৰু কাৰ্য। MCQ Question Answer

Chapter 8

কোষ-গঠন আৰু কাৰ্য

১। জীৱদেহ কিহৰ দ্বাৰা গঠিত?

1) পাচনৰ দ্বাৰা।

2) ক্ষুদ্ৰ ক্ষুদ্ৰ খুটালিৰে।

3) কোষেৰে।

Ans: কোষেৰে।

২। ক্ল’ৰ’প্লাষ্টৰ বাহিৰেও উদ্ভিদৰ আন অংশ কি?

1) ফুলৰ পাহি।

2) ফলৰ কলি।

3) ৰসধানী।

Ans: ফুলৰ পাহি।

৩। কোষত উৎপাদিত বৰ্জিত পদাৰ্থও ক’ত জমা হ’য়।

1) কোষকেন্দ্ৰত।

2) কোষপ্ৰৰসত।

3) ৰসধানীত।

Ans: ৰসধানীত।

৪। কিমান চনত জীৱবিজ্ঞানী কেমিল’ গলগিয়ে কোষামগ আৱিস্কাৰ কৰিছিল?

1) ১৮৯৮ চনত।

2) ১৯৯৮ চনত।

3)  ১৬৯৮ চনত।

Ans: ১৮৯৮ চনত।

৫। কোষৰ মূল অংশ কেইটা?

1) ২ টা।

2) ৬ টা।

3) ৩ টা।

Ans: ৩ টা।

৬। কিমান চনত মাইট’কণ্ড্ৰিয়া আৱিস্কাৰ কৰিছিল?

1) ১৮৯৭।

2) ১৫৯৬।

3) ১৭৮৬।

Ans: ১৮৯৭।

৭। কিছুমান প্ৰাণীৰ কোষত কিমানৰ লৈকে মাইট’কণ্ড্ৰিয়া থাকে?

1) ৪০,০০০।

2) ৩০,০০০।

3) ৫০,০০০।

Ans: ৫০,০০০।

৮। কোষৰ মূল উপাদান কেইটা?

1) ৩ টা।

2) ৪ টা।

3) ৫ টা।

Ans: ৪ টা।

৯। কোষ গঠন আৰু অংগবোৰ সংগঠনৰ ওপৰত ভিত্তি কৰি কোষবোৰক কেইটা ভাগত বিভক্ত কৰা হৈছে?

1) ৬ টা।

2) ৩ টা।

3) ২ টা।

Ans: ২ টা।

১০। ৰৰ্বাট হুকে কিমান চনত এটুকুৰা কৰ্কৰ কোষ পৰ্যবেক্ষন কৰিছিল?

1) ১৭৬৫।

2) ১৯৬৪।

3) ১৬৬৫

Ans: ১৬৬৫

১১। সকলো জীৱৰে কি কোষৰ দ্বাৰা গঠিত।

1) ৰসধানী।

2) ক্লৰোপ্লাষ্ট।

3) দেহকোষ

Ans: দেহকোষ

১২। উদ্ভিদ কোষত প্লাষ্টিড থাকেনে?

1) নাথাকে।

2) থাকে।

3) কিছুমান ত থাকে।

Ans: থাকে।

১৩। ৰসধানীৰ চাৰিওফালে থকা আৱৰণক কি বোলে?

1) গলগি সংঘ।

2) ক্ৰ’ম’জম। 

3) ট’ন’প্লাষ্ট।

Ans: ট’ন’প্লাষ্ট।

১৪। ভেঁকুৰ বা আন কিছুমান জীৱৰ কোষত একাধিক কি থাকে?

1) কোষকেন্দ্ৰ।

2) কোষাৱৰণ।

3) কোষপ্ৰৰস।

Ans: কোষকেন্দ্ৰ।

১৫। মাইট’কণ্ড্ৰিয়া কোনে আৱিস্কাৰ কৰিছিল?

1) কফি আৰবিকা।

2) ভিটিয়াছ।

3) চি বিন্দা।

Ans: চি বিন্দা।

১৬। এমিবাৰ আকৃতি অনিয়মীয়া।

1) সত্য।

2) অসত্য।

3) ওপৰৰ এটাও নহয়।

Ans: সত্য।

১৭। ৰৰ্বাট হুকে পৰ্যবেক্ষণ কৰা বাকচ বা কোষবোৰ প্ৰকৃততে কি কোষ?

1) মৃত।

2) পেশী

3) স্নায়ু।

Ans: মৃত।

১৮। সকলো জীৱ কিহৰ দ্বাৰা গঠিত?

1) কোষ।

2) পেৰামেছিয়াম।

3) নিউৰণ।

Ans: কোষ।

১৯। এটা কোষেৰে গঠিত কোষক কি বোলে?

1) এককোষী।

2) বহুকোষী।

3) ওপৰৰ এটাও নহয়।

Ans: এককোষী।

২০। পেশীকোষবোৰ শাখাযুক্ত।

1) সত্য।

2) অসত্য।

3) ওপৰৰ এটাও নহয়।

Ans: সত্য।

Type – Boby Bora