SVN Class 5 Mathematics। Chapter 11.1। Question Answer । তল, চুক, কাষ। অনুশীলনী 11.1।

অনুশীলনী 11.1

1. তলৰ তালিকাখন পূৰ কৰাঃ


উত্তৰঃ 


2. এখন সমতল আৰু এখন বক্ৰতল থকা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ এখন সমতল আৰু এখন বক্ৰতল থকা দুবিধ বস্তুৰ নাম হৈছে – i) শংকু আৰু ii) চুপি

3. চুক নথকা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ  চুক নথকা দুবিধ বস্তুৰ নাম হৈছে – i) বল আৰু ii) আপেল

4. চুক আৰু কাষ নথকা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ কমলা আৰু বল।

5. সূত্ৰ লিখি চিত্ৰ আঁকা ঃ

i) তল

ii) চুক

iii) কাষ

iv) সমতল 

v) বক্ৰতল

vi) ঘনক

vii) আয়তীয় ঘনক

viii) ঘোলক

ix) বেলন

x) শংকু 

উত্তৰঃ

i) 

Type: Pompi Hazarika