SVN Class 5 Mathematics। Chapter 11.2। Question Answer । বিন্দু, ৰেখা, ৰশ্মি, ৰেখাখণ্ড। অনুশীলনী 11.2।

অনুশীলনী 11.2

1. তলৰ চিত্ৰটোৰ পৰা  ৰেখা,  ৰেখাখন্দ, ৰশ্মি,সৰল ৰেখা, বেকা-ৰেখা বাছি বেলেগ বেলেগ অংশত ৰং কৰা –


উত্তৰঃ 

2. এডাল  ৰেখাৰ পৰা ৰশ্মি আৰু ৰেখাখন্দ কাটি উলিওৱা –

উত্তৰঃ 

3. চমু উত্তৰ লিখা ঃ 

i) ৰেখাখন্দৰ প্ৰান্ত বিন্দু কেইটা ?

উত্তৰঃ 1 টা

ii) ৰশ্মিৰ প্ৰান্ত বিন্দু কেইটা ?

উত্তৰঃ 2 টা

iii) ৰেখাৰ প্ৰান্ত বিন্দু কেইটা ?

উত্তৰঃ নাই ।

iv) দুটা বিন্দুৰ মাজৰ আটাইতকৈ সৰু টুকুৰাটোক কি বোলে ?

উত্তৰঃ

v) দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি ?

উত্তৰঃ এডাল ৰেখা ।

4. সূত্ৰ লিখি চিত্ৰ আঁকা –

i) বিন্দু

ii) ৰেখা 

iii) ৰশ্মি 

iv) ৰেখাখণ্ড 

v) সৰল ৰেখা 

vi) বেকা ৰেখা 

vii) সমান্তৰাল ৰেখা 

উত্তৰঃ 

i)                                                                                                                                                                                              

5. তলৰ চিত্ৰ টোৰ পৰা ৰেখাখণ্ডবোৰ জুখি উলিওৱা –

PQ = 

QR = 

RS =

SP =

SQ =

উত্তৰঃ 

PQ = 3.4 cm

QR =3.4 cm

RS = 3.4 cm

SP  = 3.4 cm

SQ = 3.6 cm

ஃ উল্লেখিত চিত্ৰত কণ SQ ৰ মান = 3.6cm আৰু PQ = QR = RS = SP = 3.4cm 

6. এটা নিদিষ্ট বিন্দুৰ পৰা সৰলৰেখা সমান্তাৰলকৈ আন এডাল সমান্তৰাল সৰলৰেখা আংকন কৰা ।

উত্তৰঃ 

Type: Pompi Hazarika