SVN Class 6 Computer Course | Chapter 7 | পেইণ্ট | Question Answer Assamese Medium | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 7

পেইণ্ট

অনুশীলনীঃ

১। পেইন্ট খােলাৰ পদ্ধতিটো লিখা ।
উত্তৰঃ পেইণ্ট খোলাৰ পদ্ধতিটো Start – Programme – Accessories – Paint।

২। পেইণ্টৰ Window ত কেইটা অংশ থাকে ?
উত্তৰঃ পেইণ্টৰ Windowত তিনিটা অংশ থাকে।

৩। পেইণ্টৰ Window খন আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিজে চেষ্টা কৰিবা।

৪। কি টুলৰ সহায়ত পেইণ্টত ছবি আঁকা হয় ?
উত্তৰঃ পেঞ্চিল টুলৰ সহায়ত পেইণ্টৰ ছবি অঁকা হয়।

৫। কি টুলৰ সহায়ত বেকা ৰেখা অঁকা হয় ?
উত্তৰঃ লাইন টুলৰ সহায়ত বেকা ৰেখা অঁকা হয়।

৬। সত্য আৰু অসত্য লিখা –

(ক) টেক্স টুল লিখাৰ বাবে ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ সত্য।

(খ) কার্ভ টুলৰ সহায়ত ৰং কৰা হয় ।
উত্তৰঃ সত্য।

(গ) পিক কালাৰ টুলৰ সহায়ত অঁকা অংশ মচিব পাৰি ।
উত্তৰঃ অসত্য।

(ঘ) লাইন – টুলৰ সহায়ত বেকা ৰেখা আঁকিব পাৰি ।
উত্তৰঃ অসত্য।

(ঙ) ফিল কালাৰ টুলৰ সহায়ত ৰং দিব পাৰি ।
উত্তৰঃ সত্য।

Type: Pompi Hazarika