SVN Class 6 Computer Course | Chapter 9 | মাই কম্পিউটাৰ | Question Answer Assamese Medium | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 9

মাই কম্পিউটাৰ

অনুশীলনীঃ

১। মাই কম্পিউটাৰ (My Computer) কি ?
উত্তৰঃ মাই কম্পিউটাৰ (My Computer) হ’ল এবিধ মুখ্য Folder,য’ত কম্পিউটাৰটোৰ দৰকাৰী তথ্যসমূহ প্ৰণালীবদ্ধভাৱে জমা কৰি থোৱা হয়।

২। কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে ক’ত দেখিবলৈ পােৱা যায় ?
উত্তৰঃ কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে মাই কম্পিউটাৰ পৰ্দাখনত দেখিবলৈ পোৱা যায়।

৩। ফোল্ডাৰ (folder) বুলিলে কি বুজা ?
উত্তৰঃ ফোল্ডাৰ (Folder) বুলিলে এইটো বুজা যায় ফোল্ডাৰ হ’ল বহুতো ফাইলৰ সমষ্টি ।

৪। সত্য / অসত্য লিখাঃ

(ক) মাই কম্পিউটাৰ (My Computer) হ’ল এবিধ গ্রাহক সঁজুলি (Input device) ।
উত্তৰঃ সত্য।

(খ) CD এখন মাই কম্পিউটাৰৰ জৰিয়তে চলাব পাৰি ।
উত্তৰঃ সত্য।

(গ) আইকনত (Icon) মাউচেৰে ক্লিক কৰিলে ইয়াৰ অন্তৰ্গত (File) ফাইলসমূহ বা তথ্য সমূহ পােৱা যায় ।
উত্তৰঃ সত্য।

(ঘ) মাই কম্পিউটাৰ হ’ল কম্পিউটাৰৰ মুখ্য Folder ।
উত্তৰঃ সত্য।

Type: Pompi Hazarika