SEBA Class 9 Maths Solution Chapter 10। বৃত্ত । অনুশীলনী 10.5 Question Answer

অনুশীলনী 10.5

1. চিত্ৰত A, B আৰু C তিনিটা বিন্দু O কেন্দ্ৰবিশিষ্ট বৃত্তত অৱস্থিত যাতে ∠BOC = 30॰ আৰু ∠AOB = 60॰। যদি বৃত্তটোৰ ABC চাপত নথকা D এটা বিন্দু তেন্তে ∠ADC নিৰ্ণয় কৰা।

4. চিত্ৰত ∠ABC = 69॰, ∠ACB = 31॰, ∠BDC নিৰ্ণয় কৰা।

5. চিত্ৰত A, B, C আৰু D এটা বৃত্তৰ চাৰিটা বিন্দু । AC আৰু BD য়ে E বিন্দুত কটাকটি কৰিছে যাতে ㄥBEC = 130॰ আৰু ㄥECD = 20॰। ㄥBAC নিৰ্ণয় কৰা।

6. ABCD এটা চক্ৰীয় চতুৰ্ভূজ যাৰ কৰ্ণকেইডালে E বিন্দুত কটাকটি কৰে। যদি ∠DBC = 70°, ∠BAC = 30°, ∠BCD নিৰ্ণয় কৰা। ইয়াৰোপৰি, যদি AB = BC, ∠ECD উলিওৱা।

Type – Boby Bora