শিক্ষাৰ এটা উপযুক্ত সংজ্ঞা দিয়া।

শিক্ষাবিদ পেষ্টালজিৰ মতে, “মানুহৰ অন্তৰ্নিহিত শক্তি সমূহৰ স্ৱাভাৱিক, সংগতিপূৰ্ণ, প্ৰগতিশিল বিকাশেই হ’ল শিক্ষা।