Author: Might Learn 6
SCERT Class 8 Mathematics Lesson 14.1 Solution
শিক্ষাৰ এটা উপযুক্ত সংজ্ঞা দিয়া।
শিক্ষাবিদ পেষ্টালজিৰ মতে, “মানুহৰ অন্তৰ্নিহিত শক্তি সমূহৰ স্ৱাভাৱিক, সংগতিপূৰ্ণ, প্ৰগতিশিল বিকাশেই হ’ল শিক্ষা।
শিক্ষা শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে?।
লেটিন ভাষাৰ পৰা।