উত্তৰঃ- আৰবী ভাষাত ৰচিত আল বেৰুণীৰ কিতাব-উল-হিন্দ এখন সৰল আৰু সহজবোধ্য গ্ৰন্থ ।
Category: Class 12
কিমান চনত চুলতান মাহমুদে খাৰিজম আক্ৰমণ কৰিছিল ?
উত্তৰঃ- ১০১৭ চনত চুলতান মাহমুদে খাৰিজম আক্ৰমণ কৰিছিল ।
উজবেকিস্তানৰ খাৰিজমত কিমান চনত আল বেৰুণীৰ জন্ম হৈছিল ?
উত্তৰঃ- উজবেকিস্তানৰ খাৰিজমত ৯৭৩ চনত আল বেৰুণীৰ জন্ম হৈছিল ।
গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ?
উত্তৰঃ- গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ।