স্বাধীন অসমত কোনে কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰি প্ৰথম মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ?

উত্তৰঃ- স্বাধীন অসমত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰি প্ৰথম মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ।