Category: Class 8 Assamese (AM)

Class 8 Assamese Chapter 15 Answer

১। উত্তৰ দিয়া। (ক) ‘শিশু-লীলা’ ঘোষাটি কোনে ৰচনা কৰিছিল? উত্তৰঃ– ‘শিশু-লীলা’ ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। (খ) ‘শিশু-লীলা’ত কাৰ কথা কোৱা হৈছে? উত্তৰঃ– ‘শিশু-লীলা’ত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। (গ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? উত্তৰঃ– শিশু কৃষ্ণই বলোৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিল। (ঘ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?…

Read the full article

Class 8 Assamese Chapter 14 Answer

১। উত্তৰ দিয়া। (ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়? উত্তৰঃ- সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয়। (খ) সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰঃ- সমাজ মানুহৰ দ্বাৰা গঠিত হয়। (গ) সংস্কৃতিৰ অন্যতম উপাদান কি? উত্তৰঃ- সংস্কৃতিৰ অন্যতম উপাদান হ’ল আচাৰ-আচৰণ। (ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয়? উত্তৰঃ- কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বোটলা হয়। (ঙ) সৎ প্ৰবৃত্তিৰ…

Read the full article

Class 8 Assamese Chapter 13 Answer

১। পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। (ক) টোপনি পাতল ল’ৰাজনৰ নাম কি? উত্তৰঃ- টোপনি পাতল ল’ৰাজনৰ নাম হোমি জাহাংগীৰ ভাবা। (খ) ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল?  উত্তৰঃ- ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল’ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তাশক্তিৰ প্ৰবাহ বৈ থাকিছিল। (গ) চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল’ৰাজনৰ বাবে…

Read the full article

Class 8 Assamese Chapter 12 Answer

৩। উত্তৰ দিয়া। (ক) সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়? উত্তৰঃ- সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে দুখৰ উপৰি দুখ পায়। (খ) কবিয়ে মানুহক ‘দিন কণা’ বুলি কিয় কৈছে? উত্তৰঃ- কবিয়ে মানুহক ‘দিন কণা’ বুলি এইকাৰণেই কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ পাবলগীয়া হয়। অথচ মানুহে দেখাই…

Read the full article

Class 8 Assamese Chapter 11 Answer

১। উত্তৰ দিয়া। (ক) কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? উত্তৰঃ- অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে তেনে সম্পদবোৰকেই কলা সম্পদ বুলি কোৱা হয়। (খ) অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? উত্তৰঃ- অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়।…

Read the full article

Class 8 Assamese Chapter 10 Answer

১। তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। (ক) দেখন্তঃ মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা।  প্ৰশ্নঃ মুনিয়ে চকু মুদি কি কৰি আছিল? উত্তৰঃ- মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। প্ৰশ্নঃ মুনিজনৰ নাম কি? উত্তৰঃ- মুনিজনৰ নাম শমীক মুনি আছিল। প্ৰশ্নঃ পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল? উত্তৰঃ- পিয়াহত আকুল হৈ পৰীক্ষিত ৰজায়ে মুনিক…

Read the full article

Class 8 Assamese Chapter 9 Answer

১। উত্তৰ দিয়া।(ক) ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন ?উত্তৰঃ- ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া হ’ল ভয়।(খ) ৰবীনৰ পৰিবাৰৰ নাম কি ?উত্তৰঃ- ৰবীনৰ পৰিবাৰৰ নাম ৰমলা।(গ) ফুটবল খেলি থাকোঁতে কোন ঢুকাল ?উত্তৰঃ- সত্য খুড়াৰ ল’ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল।(ঘ) ৰবীন কেইটা সন্তানৰ পিতৃ ? উত্তৰঃ- ৰবীন তিনিটা সন্তানৰ পিতৃ।(ঙ) জহীৰুদ্দিনৰ পেচা কি ? উত্তৰঃ- জহীৰুদ্দিনৰ পেচা ওকালতি।(চ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? উত্তৰঃ- ফুৰিবলৈ…

Read the full article

Class 8 Assamese Chapter 8 Answer

১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া। ২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা।৩। উত্তৰ দিয়া। (ক) কবিয়ে “ধ্যানমগ্ন যোগী” বুলি কাক কৈছে?উত্তৰঃ- কবিয়ে “ধ্যানমগ্ন যোগী” বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে।(খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে? উত্তৰঃ- কবিয়ে গুৰুজনাৰ আৱিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্র কৰাৰ কথা কৈছে। (গ) কবি কাননত কি বজোৱাৰ…

Read the full article

Class 8 Assamese Chapter 7 Answer

1. উত্তৰ দিয়া। (ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল?  উত্তৰঃ- বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। মানুহে বিজ্ঞান শাস্ত্ৰৰ ফলতেই জ্ঞান লাভ কৰি অদ্ভূদ অদ্ভূদ কাম কৰিব পাৰিছে।  (খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে?  উত্তৰঃ- বিজ্ঞানৰ বলত মানুহে ৰে’ল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে।  (গ)…

Read the full article

Class 8 Assamese Chapter 6 Answer

২। উত্তৰ দিয়া। (ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি?  উত্তৰঃ- হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ হ’ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল।  (খ) প্ৰদৰ্শনীখন কোনে পাতিছিল?  উত্তৰঃ- প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল।  (গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল?  উত্তৰঃ- মানুহে ভিৰ কৰা বিপণিখনত এড়ী-পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল।  (ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু…

Read the full article