১। কি কি প্ৰকাৰে পানী প্ৰদূষিত হ’ব পাৰে? উত্তৰঃ পানী প্ৰদূষিত হোৱাৰ কাৰণ সমূহ হ’ল- (ক) নদীত গা-ধোৱা ,কাপোৰ ধোৱাৰ ফলত পানী প্ৰদূষিত হয়। (খ) উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীৰত পৰাৰ ফলত পানী প্ৰদূষিত হয়। (গ) খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ ফলত পানী প্ৰদূষিত হয়। (ঘ) আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ বাবে…