১) তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা। ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে। উত্তৰঃ সত্য। খ) পেশী কোষবোৰ শাখাযুক্ত। উত্তৰঃ অসত্য। গ) এটা জীৱৰ মৌলিক জীৱীত একক হ’ল অংগ। উত্তৰঃ অসত্য। ঘ) এমিবাৰ আকৃতি অনিয়মীয়া। উত্তৰঃ সত্য। ২)মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা। স্নায়ুকোষে কি কাম কৰে? উত্তৰঃ স্নায়ুকোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই আৰু দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু …