Class 9 বৈচিত্ৰ্য়ময় অসম Book Chapter 11 ঠেঙ্গাল কছাৰীসকল |

ঠেঙ্গাল কছাৰীসকল অসমত বসবাস কৰি অহা এটি প্রাচীন জাতি হ’ল কছাৰী জাতি। প্রাচীন কালত কছাৰীসকলক কিৰাত বুলি অভিহিত কৰিছিল। নৃতত্ত্ববিদসকলে এই কিৰাতসকলক মঙ্গোলীয় বা মঙ্গোলয়ড বুলিছিল। এসময়ত অসমত আনকি সমগ্ৰ উত্তৰ ভাৰততে কিৰাতসকলৰ অখণ্ড আধিপত্য আছিল। মঙ্গোলীয় (কিৰাত) গোষ্ঠীৰ আবয়বিক Read More …

চুতীয়াসকল

চুতীয়াসকল অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত অন্যতম জনসমষ্টি। আনুমানিক ষষ্ঠ শতিকাৰ পৰা প্ৰাচীন চুতীয়া ৰাজ্যৰ ঐতিহাসিক তথ্য পাতি পোৱা যায়। তেতিয়াৰে পৰা আহোম স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালত (১৫২৩ খ্ৰীত) আহোম ৰাজ্যৰ অন্তৰ্গত হোৱালৈকে সুদীর্ঘ সময় এওঁলোকে ঘাইকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে Read More …

গৰিয়া, মৰিয়া আৰু দেশীসকল

অসম বিভিন্ন জাতি-উপজাতিৰে পৰিবেষ্টিত। বিভিন্ন জাতি-উপজাতিক লৈয়ে বৃহত্তৰ অসমীয়া জাতি গঠিত হৈছে। আন আন খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা গৰিয়া, মৰিয়া, দেশী বুলি বুৰঞ্জীখ্যাত ইছলামধর্মী খিলঞ্জীয়াসকল অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ অংশবিশেষ। অসমত এই জনগোষ্ঠীটোৰ উদ্ভৱ এটা উল্লেখযোগ্য Read More …