অৰ্থনৈতিক ভুগোল । অধ্যায় ১ । Class 10 Social Science Geography Lesson 1 Question and Answer Assam | SEBA Class X Social Science Geography Chapter 1 Solution | Class 10 Social Science |

অৰ্থনৈতিক ভুগোল

অনুশীলনী

১ । অর্থনৈতিক ভূগােল কাক বােলে ? ইয়াৰ মূল বিষয়বস্তু কি ? অর্থনৈতিক ভূগােলৰ প্ৰধান শাখাবােৰ উল্লেখ কৰা ।

উত্তৰঃ

২ । অর্থনৈতিক ভূগােলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

৩। মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবােৰ কি কি ?

উত্তৰঃ

৪। অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

৫। সম্পদ ভূগােলক কিয় অর্থনৈতিক ভূগােলৰ এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয় ?

উত্তৰঃ

৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ

৭। ‘ সম্পদ পৰিৱর্তনশীল’— ব্যাখ্যা কৰা ।

উত্তৰঃ

৮। সম্পদৰ প্রয়ােজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

১০। সম্পদ আৰু বিজ্ঞান – প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

১১। উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা ।

উত্তৰঃ

১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা ।

উত্তৰঃ

১৩। মানৱ – সৃষ্ট সম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

১৪। নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য সম্পদৰ মাজৰ পার্থক্য কি কি ? উদাহৰণসহ চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়ােজনীয়তা কি ?

উত্তৰঃ

১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবােৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

১৮। চমুটোকা লিখা ?

(ক) সম্পদ (খ) মানৱ সম্পদ

(গ) সম্পত্তি (ঘ) নবীকৰণযােগ্য সম্পদ

(ঙ) ব্যক্তিগত সম্পদ (চ) জাতীয় সম্পদ

(ছ) জীৱীয় সম্পদ (জ) সম্পদ সংৰক্ষণ

(ঝ) সম্পদৰ পুনৰাৱৰ্তন (ঞ) IUCN

১৯। পার্থক্য লিখাঃ

(ক) সম্পদ আৰু সম্পত্তি (খ) অর্থনৈতিক ভূগােল আৰু সম্পদ ভূগােল

(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী (ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ

(ঙ) নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য সম্পদ (চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

(ছ) মানৱ – সৃষ্ট সম্পদ আৰু মানৱ সম্পদ (জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযােজন

২০। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(ক) তলৰ কোনটো মানৱ – সৃষ্ট সম্পদ ?

(১) নদ – নদী (২) খনিজ তেল

(৩) জলসিঞ্চন নলা (৪) অৰণ্য

(খ) তুলৰ কোনটো অজীৱীয় সম্পদ ?

(২) বায়ু (২) গছ – গছনি

(৩) জীৱ – জন্তু (৪) ভেঁকুৰ

(গ) তলৰ কোনটো অনবীকৰণযােগ্য সম্পদ ?

(১) বায়ু (২) পানী

(৩) শস্য (৪) কয়লা

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী ?

(১) এশিঙিয়া গড় (২) নল গাহৰি

(৩) জিৰাফ (৪) মিথুন

(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ?

(১) UNESCO (২) UNDP

(৩) WWF (8) UNEP