অথনীতিৰ মৌলিক বিষয়সমূহ । Chapter 1 Economic | Class 9 Social Science Economic Lesson 1 Question and Answer Assam | SEBA Class 9 Social Science Economic Chapter 1 Solution | নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি অথনীতিৰ মৌলিক বিষয়সমূহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Lesson:1

অথনীতিৰ মৌলিক বিষয়সমূহ

অতি চমু উত্তৰৰ

১ । অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?

উত্তৰঃ গ্ৰীক শব্দ পৰা অনা হৈছে ।

২ । অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লােৱা হৈছে ?

উত্তৰঃ ‘Oikonomia’ ৰ শব্দৰ পৰা লোৱা হৈছে ।

৩ । অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ এডাম স্মিথ ।

৪ । অর্থবিজ্ঞান সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ অৰ্থবিজ্ঞান সম্পদ ভিত্তিক সংজ্ঞাটো ‘এডাম স্মিথ’ আগবঢ়াইছিল ।

৫। অর্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কেমব্ৰিজ মাৰ্ছেলে আগবঢ়াইছিল ।

৬ | অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়’নেল ৰবিন্সে আগবঢ়াইছিল ।

৭ । এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ এডাম স্মিথে ‘An Enquiry into the Nature and Causes of the Wealth of Nations’ গ্ৰন্থত আৰু ১৭৭৬ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।

৮ । আলফ্রেড মাছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ আলফ্ৰেড মাছেলে ‘Principles of Economics’ গ্ৰন্থত আৰু ১৮৯০ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।

৯ । লায় ’ নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ ‘An Essay on the nature and Significance of Economic Science’ গ্ৰন্থত আৰু ১৯৩২ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।

১০ । এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?

উত্তৰঃ স্মিথৰ এই সংজ্ঞাটো পিচৰ কালৰ সমাজবিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল ।

১১ । দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?

উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ।

১২ । কোনাে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?
উত্তৰঃ

১৩ । উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?
উত্তৰঃ 

১৪ । ‘Micro ‘ আৰু  ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লােৱা হৈছে ?

উত্তৰঃ

চম উত্তৰৰ প্ৰশ্ন

১। এডাম স্মিথৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল (Economics is the Science of Wealth) |

২। মাছেল অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ

৩ । ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ

৪। ছেমুৱেলছন আৰু নৰ্দহাছৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ 

৫। ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?
উত্তৰঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ’ল-

(১) মানুহৰ অভাৱ অসীম ।

(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত ।

(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ।

৬ । ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?
উত্তৰঃ 

৭ । সমষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?

উত্তৰঃ

৮। আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য লিখা ।

উত্তৰঃ

৯ । ৰাষ্ট্ৰীয় আয় কাক বােলে ?
উত্তৰঃ এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষ (Financial Year)ত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় ।

১০।  জনমুৰি আয়ৰ সূত্ৰটো লিখা ।

উত্তৰঃ 

দীঘল উত্তৰৰ প্রশ্নঃ  

১ । অর্থবিজ্ঞান অধ্যয়নৰ প্রয়ােজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা ।

উত্তৰঃ 

২ । অথবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযােগ্য আৰু কিয় ! ব্যাখ্যা কৰা ।

উত্তৰঃ

৩ । অর্থবিজ্ঞানৰ পৰিসৰ সম্পর্কে লিখা ।
উত্তৰঃ