প্ৰত্যাহবান । অধ্যায় ১০ । Class 7 Assamese Lesson 10 Question and Answer Assam | SCERT Class 7 Assamese Chapter 10 Solution | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১০ প্ৰত্যাহবান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

প্ৰত্যাহবান

১) পাঠটোৰ তিনিওটা খণ্ড মনোযোগৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া ।

(ক) সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল?

উত্তৰঃ

(খ) বিদ্যালয়ত নাম ভতি কৰোঁতে প্ৰিন্সি গগৈৰে কি সমস্যাৰ  সন্মখীন হৈছিল ?

উত্তৰঃ

(গ) পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে?

উত্তৰঃ

(ঘ) দুঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ?

উত্তৰঃ

(ঙ) সংগ্ৰামজ্যোতিয়ে  কত চিত্ৰকলাৰ  প্ৰাৰম্ভিক  শিক্ষা লাভ কৰিছিল?

উত্তৰঃ

(চ) সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদশী?

উত্তৰঃ

(ছ) আপোনাৰ দৰে মোৰো দুখন হাত আছিল- কবিতাটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ

উত্তৰ লিখা।

২) (ক) কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল ?

উত্তৰঃ

(খ) এজোপা বৰগছ হৈ ছাঁ দিব বিচাঁৰো ।                 

– ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বাচাৰিছে ?

উত্তৰঃ

৩) সংগ্ৰামজ্যোতিয়ে বণময় আৰু প্ৰাণৱন্ত ৰুপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অজন কৰিলে সেই বিষয়ে লিখা।

উত্তৰঃ

৪) বিপৰীতাথক শব্দ লিখা এন্ধাৰ- পোহৰ  ।সফল- অসফল ।স্বাভাৱিক  অস্ৱাভাৱিক  ।জাগ্ৰতঅমংগলসক্ষম আনুষ্ঠানিক 

উত্তৰঃ

৫) যুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা ।

উত্তৰঃ

৬) বাক্য ৰচনা কৰা ।আনুষ্ঠানিকগতিপথপ্ৰচেষ্টা যন্ত্ৰণা কতব্যপ্ৰশংসা

উত্তৰঃ

৭) আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজায় লিখা ।

উত্তৰঃ

৮) বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ  প্ৰতি থকা অৱহেলাৰ মনোভাব আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা ।

উত্তৰঃ

৯) ধৰা, তোমাৰ বিদ্যালয়ত ছাত্ৰ এজনে ৰাষ্ট্ৰীয় পযায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হৈছে । তেওঁৰএই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাতকাৰ কেনেকৈ লবা তাৰে এটা আহিক প্ৰস্তত কৰা ।

উত্তৰঃ

১০) শিক্ষা-দিক্ষা , খেলা-ধুলা , সৃষ্টিশীল সাহিত্য, ছবি অঁকা আদিত পাৰদশিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা।

উত্তৰঃ

TYPE^__জ্যোতিষ কাকতি Jyotish kakati