কিছুমান প্ৰাকৃতিক পৰিঘটনা । অধ্যায় ১৫ । Class 8 General Science Lesson 15 Question and Answer Assam | Assamese Medium Class 8 Science Chapter 15 Solution | SCERT Class 8 Science Lesson 15 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫  কিছুমান প্ৰাকৃতিক পৰিঘটনা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 কিছুমান প্ৰাকৃতিক পৰিঘটনা

১নং আৰু ২নং প্রশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।

১) তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ  সহজে আহিত কৰিব নোৱাৰে?

ক)প্লাষ্টিক স্কেল এডাল

খ) তামৰ দণ্ড এডাল

গ) ফুলাই থোৱা বেলুন এটা

ঘ) ঊলৰ কাপোৰ

উত্তৰঃ খ) তামৰ দণ্ড এডাল

২) এটুকুৰা পাতৰ কাপোৰেৰে কাচৰ দণ্ড এডাল ঘঁহিলে দণ্ড ডাল

ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাবে আহিত হব।

খ) ধনাত্মকভাবে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাবে আহিত হব।

গ) আৰু কাপোৰ টুকুৰা দুয়ো ঋণাত্মকভাবে আহিত হব।

ঘ) ঋণাত্মকভাবে আৰু কাপোৰ টুকুৰা ধনাত্মকভাবে আহিত হব।

উত্তৰঃ খ) ধনাত্মকভাবে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাবে আহিত হব।

৩) তলৰ বাক্য কেইটা সঁচা নে মিছা লিখা।

ক) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে।

খ)এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ’পাইপক   

আকৰ্ষণ কৰে।

গ) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে।

ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি।

উত্তৰঃ

ক) মিছা।

খ) সঁচা।

গ) মিছা।

ঘ) মিছা।

৪) জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।

উত্তৰঃ 

৫) আহিতবস্তু  এটা হাতেৰে চুলে আধানবোৰ কিয়  নাইকিয়া হয় বুজাই লিখা।

উত্তৰঃ

৬) ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তাৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে? 

উত্তৰঃ  

৭) ব্ৰজপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যবস্থাৰ দিহা দিয়া।

উত্তৰঃ 

৮) আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে। বুজাই লিখা।

উত্তৰঃ 

৯) চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।

উত্তৰঃ

১০) ভাৰতৰবৰ্ষৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা য’ত ভূমিকম্প প্ৰবল সম্ভাৱনা আছে।

উত্তৰঃ

১১) ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল । নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা?

উত্তৰঃ

১২) বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী আৰু ধুমুহা ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। ধৰি লোৱা তুমি সেই দিনটোতে বাহিৰলৈ যাব লাগে। সেইদিনা চাতি লগত লৈ যাবা নেকি ? বুজাই লিখা।

উত্তৰঃ